• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নহ’ল মোদী দৰ্শন: দুৰ্ঘটনাত পতিত মোদীৰ সভালৈ যোৱা বিজেপিকৰ্মী ভৰ্তি বাছ, দুই কৰ্মী নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 1:53 pm
Modi
4.8k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে আজি ছত্তীশগড়ত এক দলীয় সভাত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ এই সভা উপলক্ষে সভাস্থলীত উপস্থিত কৰোৱা হৈছে দলীয় কৰ্মীসকলক। কিন্তু মোদীৰ এই সভালৈ যাত্ৰা কৰাৰ অৱস্থাতে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত পতিত হৈছে বিজেপি কৰ্মী ভৰ্তি এখন বাছ। মোদীৰ সভালৈ বিজেপি কৰ্মীসকলক কঢ়িয়াই নিয়া এই বাছখনে বিলাসপুৰ জিলাত পথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত দুগৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী আহত হয়।

বাছখনে বিজেপিৰ ৪৭ জন কৰ্মীক লৈ অম্বিকাপুৰৰ পৰা যাত্ৰা কৰিছিল। বাছখন কোৰবা জিলা পাৰ হৈ বিলাসপুৰ জিলাৰ বেলতৰাত উপস্থিত হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।

প্ৰকাশিত খবৰ অনুসৰি, যাত্ৰীবাহী বাছখনৰ চালকগৰাকীয়ে বাছখন চলাই থকাৰ সময়তে টোপনি যোৱাৰ ফলত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। নিয়ন্ত্ৰণহীন বাছখনে অতৰ্কিতে পথৰ কাষত ৰখাই থোৱা ট্ৰেইলাৰখনত খুন্দা মাৰে।

দুৰ্ঘটনাটোত দুগৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন ১২ গৰাকী যাত্ৰী আহত হয়। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকলে লগে লগে আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত লোকসকল বৰ্তমান এপল’ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd