• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 8:32 pm
176
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় কানাড়া অভিনেত্ৰী, মডেল তথা ‘বিগ বছ কানাড়া’ৰ প্ৰাক্তন প্ৰতিযোগী কৃষি থাপাণ্ডাৰ’ বাংগালুৰুৰ ফ্লেটত এজন যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হৈছে। মৃত যুৱকজনৰ নাম বৈশাখ। বয়স ৩৩ বছৰ। পেছাত ব্যৱসায়ী। ৰাজৰাজেশ্বৰী নগৰ থানাৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজন প্ৰকৃততে গিৰিনগৰৰ বাসিন্দা। অৱশ্যে যথেষ্ট দিনৰ পৰা কৃষিৰ এই ফ্লেটত আছিল। বুধবাৰে অৰ্থাৎ ঘটনাৰ দিনটোত তেওঁ অকলে ফ্লেটটোত আছিল।

Apply Now

চৰম সিদ্ধান্ত লোৱাৰ আগতে বৈশাখে কৃষিৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। মেছেজটো দেখাৰ লগে লগে আতংকিত হৈ পৰে অভিনেত্ৰীগৰাকী। লগে লগে তেওঁ বৈশাখৰ পৰিয়ালক এই বিষয়ে অৱগত কৰে।

খবৰ পোৱাৰ লগে লগে যুৱকজনৰ পৰিয়ালৰ লোকে খৰধৰকৈ কৃষিৰ ফ্লেটলৈ ঢাপলি মেলিলে। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। দুৱাৰ ভাঙি মৃত অৱস্থাত উদ্ধাৰ কৰে যুৱকজনক। ঘটনাস্থলীৰ পৰা কোনো ধৰণৰ চুইচাইড নোট বা ভিডিঅ’ মেছেজ পোৱা নাছিল আৰক্ষীয়ে। কিন্তু বৈশাখৰ পিতৃৰ অভিযোগৰ ভিত্তিত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে।

তদন্তৰ অন্তত আৰক্ষীয়ে গম পাইছে যে বৈশাখ আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল চলিত বৰ্ষৰ আৰম্ভণিতে। অৰবিন্দ ৰেড্ডী নামৰ এজন প্ৰভাৱশালী ব্যৱসায়ীলৈ কুৰিয়ৰৰ জৰিয়তে কোটি কোটি টকাৰ ভাবুকি পত্ৰ প্ৰেৰণ কৰাৰ অভিযোগত আৰক্ষীয়ে বৈশাখক গ্ৰেপ্তাৰ কৰিছিল।

সেই পত্ৰখনত অৰবিন্দক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। পিছত বৈশাখক জামিনত মুকলি কৰি দিয়া হয়। এই গোচৰৰ মানসিক চাপৰ বাবেই বা আন কোনো ব্যক্তিগত কাৰণত তেওঁ আত্মহত্যাৰ পথ বাছি লৈছিল নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কৃষি থাপাণ্ডাই ২০১৬ চনত ‘আকিৰা’ ছবিৰ জৰিয়তে কানাড়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ‘এৰাডু কানাছু’ আৰু ‘কান্ন্ৰাক্কি অণ্ডন্নু অট্টি’ৰ দৰে কেইবাখনো প্ৰশংসিত ছবিত অভিনয় কৰে।

কিচ্চা সুদীপে পৰিচালনা কৰা ‘বিগ বছ কানাড়া ছিজন ৫’ত অংশগ্ৰহণ কৰি তেওঁ অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। যোৱা বছৰ (২০২৫) প্ৰজ্জ্বল দেৱৰাজ আৰু বেদিকাৰ সৈতে তেওঁৰ ছবি ‘গাণা’ মুক্তি পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd