• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপ সাৰ কাৰখানাক লৈ চৰকাৰী মিথ্যাচাৰৰ বিৰুদ্ধে শ্ৰমিক নেতাৰ প্ৰতিক্ৰিয়া

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
January 3, 2019 2:49 pm
bvfcl

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিন্তু ৭০ৰ দশকত নামৰূপ সাৰ কাৰখানাৰ ১নং উৎপাদন গোটটো বন্ধ হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় গোট দুটাৰেই সাৰ কাৰখানাটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে, বিহাৰ, আদি ৰাজ্যৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈকেও সাৰ ৰপ্তানি কৰিছিল।  সময় বাগৰাৰ লগে লগে দুয়োটা গোট আওপুৰণি হৈ বৰ্তমান বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। তাৰ পৰিপেক্ষিততেই নামৰূপৰ বিভিন্ন দল — সংগঠনৰ লগতে উদ্যোগটোৰ তিনিওটা য়ুনিয়নে নামৰূপত চতুৰ্থটো উৎপাদন গোট স্থাপনৰ দাবী উত্থাপন কৰি আহিছিল   কিন্তু চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত আজিকোপতি কোনো  এখন চৰকাৰৰ সদিচ্ছা  দেখা নগ’ল।

এই সন্দৰ্ভত নামৰূপৰ বিভিন্ন সংগঠন , য়ুনিয়ন তথা নামৰূপবাসীয়ে ধৰ্ণা , অনশন, বিক্ষোভ আদি  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিও সুফল  লাভ নকৰিলে । উদ্যোগটোৰ সংকটৰ সময়ত বিগত  বৰ্ষৰ শেষৰ ফালে নামৰূপৰ কেইবাটাও সংগঠন আৰু শ্ৰমিক য়ুনিয়নে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানৰ লগতে নামৰূপৰ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হ’ব  বুলি আশ্বাস দিছিল।

Apply Now

মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত ফোনযোগে হোৱা বাৰ্তালাপ অনুসৰি দল সংগঠন সমূহৰ আগত এইদৰে ঘোষণা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত ই হৈ নুঠিল। নামৰূপবাসীৰ আশাত পুনৰ চেঁচা পানী পৰাত এইবাৰ  পুনৰ আন্দোলন মুখী হৈ পৰিছে নামৰূপৰ ৰাইজ।  এই সন্দৰ্ভত  ফাৰ্টিলাইজাৰ শ্ৰমিক য়ুনিয়নৰ সাধাৰণ সম্পাদক তিলেশ্বৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,”নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰ আৰু ৰাজ্য  চৰকাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছে।‘’

অক্ষয় প্ৰণৱ কলিতা

অক্ষয় প্ৰণৱ কলিতা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd