• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপ নিৰ্বাচন : সোণাৰিত তপন গগৈ, শৰৎ বৰকটকীয়ে সাব্যস্ত কৰিলে ভোটদান

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 21, 2019 12:48 pm

2 min read

উপ নিৰ্বাচন : সোণাৰিত তপন গগৈ, শৰৎ বৰকটকীয়ে সাব্যস্ত কৰিলে ভোটদান
1.9k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ আন তিনিটা সমষ্টিৰ সৈতে সোণাৰি বিধানসভা সমষ্টিত চলি থকা উপ নিৰ্বাচনৰ ভোট গ্ৰহণত সাংসদ তপন কুমাৰ গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

পৰিয়ালসহ নগাহাট হাইস্কুলত ভোটদান কৰি তেওঁ কয় ‘বিজেপিয়ে কোনো জাত-পাতৰ ৰাজনীতি কৰা নাই আৰু সবকা সাথ সবকা বিকাশৰ শ্ল’গানেৰে সকলোকে লগত লৈ আগবাঢ়ি গৈছে বাবে ৰাইজে প্ৰতিটো নিৰ্বানত বিজেপিক আকোৱালি লৈছে।’

এই নিৰ্বাচনো তাৰ ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈ বিপুল ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

পত্নীসহ কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ী

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ীয়ে পত্নীক লগত লৈ ৯৪৫ নং ৰঙাপথাৰ প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

প্ৰাৰ্থী গৰাকীয়ে কয়, ‘সোণাৰিত এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। বিজেপি দলে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ কথা ৰাইজে এতিয়া বুজি পাইছে। গতিকে তেওঁ বিজয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত।’

আনহাতে সোণাৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীয়ে ভোটদান কৰি কয়, ‘সমষ্টিটোত বহুদিন ধৰি চাহ জনগোষ্টীয় নেতাক দিব লাগে বুলি এটা দাবী উঠি আহিছিল, কংগ্ৰেছে এইবাৰ এজন সৎ শিক্ষিত চাহ জনগোষ্ঠীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সোণাৰি সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হব।’

সোণাৰি সমষ্টিত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ১ লাখ ৭০ হাজাৰ ৩৪০ গৰাকী ভোটাৰে কংগ্ৰেছৰ সুশীল কুমাৰ চুড়ী আৰু বিজেপিৰ নৱনীতা সন্দিকৈৰ ভাগ্য নিৰ্ণয় কৰিব। সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২০২ টা।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd