• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে : মানিক সৰকাৰ

NE NOW NEWS ফাৰহানা আহমেদ
লখিমপুৰ , January 6, 2020 9:07 pm

1 min read

বিজেপিয়ে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে : মানিক সৰকাৰ
286
VIEWS
Share on FacebookShare on Twitter

‘নাগৰিকত্ব (সংশোধন) আইন ৰাজনৈতিকভাৱে প্ৰৰোচিত আৰু এই আইন আনি কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে।‘ এই মন্তব্য ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰৰ।

আজি লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ কমৰেড প্ৰমোদ লাহন ক্ষেত্ৰত অখিল ভাৰত কৃষাণ সভাৰ ২৪ সংখ্যক ৰাজ্যিক অভিৱৰ্তনৰ সামৰণিৰ দিনা ৰাইজৰ বিশাল সমাগমক সম্বোধন কৰি এইদৰে কয়।

সভাত তেওঁ বৰ্তমানৰ চৰকাৰে দেশৰ দুৰ্দশাগ্ৰস্ত কৃষকে লাভ কৰি অহা ৰাজসাহায্য বন্ধ কৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে।

আজিৰ অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অখিল ভাৰত কৃষাণ সভাৰ সদ্যসকলৰ লগতে সহস্ৰাধিক ৰাইজে ‘কা’ বাতিলৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনত প্ৰবীন শ্ৰমিক নেতা তথা চিপিআই (এম)ৰ প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মন, ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অমিয় কুমাৰ সন্দিকৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd