• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমগুৰিৰ চামগুৰিত কা’ আন্দোলনৰ ছহিদক সুঁৱৰি শ্ৰদ্ধাঞ্জলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 12, 2020 7:21 pm

2 min read

a amguri
173
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ আমগুৰি চামগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত ‘কা’ আন্দোলনৰ ষষ্ঠ শ্বহীদক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনায় আৰু ‘কা’ বিৰোধিতা কৰি অখিল গগৈৰ মুক্তিৰ দাবী জনায়।

ষষ্ঠ শ্বহীদক সুঁৱৰি বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন শিক্ষক কেশৱ বৰুৱা, গেলেকী মহাবিদ্যালয়ৰ প্ৰৱক্তা ৱাহিদা খাটুন, হালোৱাটিং দৈনিক জনমভূমিৰ সংবাদিক বাবুল বৰুৱা,আমগুৰি প্ৰতিদিন কাকতৰ সম্পাদক ঋতুকল্প গোহাঁই, সাংবাদিক সমীৰণ দুৱৰা,সমাজ সেৱক পুলিন তামূলীয়ে বন্তি প্ৰজ্বলন কৰে।

ৰাইজৰ দলৰ মুজিদ আলিয়ে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই  কয় অসমীয়া ৰাইজে ‘কা’ নামানে গাত শেষ টোপাল তেজ থকা লৈকে ‘কা’ বিৰোধিতা কৰি যাব।

ফেচিষ্ট বিজেপি চৰকাৰে ষড়যন্ত্ৰ ভাবে অখিল গগৈক গ্ৰেপ্তাৰ কৰি ৰাখি দুৰ্নীতি আৰু ৰাজনৈতিক লাভ আৰু অসমীয়া জাতিক নিঃশেষ কৰাৰ কৌশল ৰচনা কৰিছে।

পুনৰ ‘কা’ বিৰোধী আন্দোলন তীব্ৰ কৰা আৰু অখিল গগৈক  মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিব বুলি জনায়। প্ৰশাসনে এই অসমীয়া ৰাইজৰ আন্দোলনক দমন কৰিব নোৱাৰে বুলিও জনায়।

অনুষ্ঠানত প্ৰাক্তন শিক্ষক কেশৱ বৰুৱা, প্ৰবক্তা ৱাহিদা খাটুন, সাংবাদিক বাবুল বৰুৱাই বক্তব্য প্ৰদান কৰি ‘কা’ বিৰোধিতা কৰে। অনুষ্ঠানটিত ছাত্ৰ মুক্তিৰ চামগুৰি আঞ্চলিকৰ দেৱৰাজ তামুলী, আদিত্য গগৈ, কল্যাণ গগৈ, দ্বীপজ্যুতি লাহ,সুৰুজ দিহিঙীয়া, পাৰ্থপ্ৰতিম তামুলী, সমাজ ৰাইজৰ দলৰ অমৃত কোঁৱৰ, সৌৰভ দত্ত, নাৰী মুক্তিৰ পঞ্চমী গগৈ, হৰিপ্ৰিয়া বৰুৱা উপস্থিত থাকে।

Recent News

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd