• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেব : শিৱসাগৰৰ বকতাত অমিত শ্বাহ আৰু সোণোৱালৰ পুত্তলিকা জ্বলালে আটাছুয়ে

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 7, 2019 1:00 pm

1 min read

কেব : শিৱসাগৰৰ বকতাত অমিত শ্বাহ আৰু সোণোৱালৰ পুত্তলিকা জ্বলালে আটাছুয়ে
600
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত সদৌ অসম তাই আহোম ছাত্ৰ সন্থা (আটাছু )ই প্ৰতিবাদ সাব্যস্ত কৰে।

বকতা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আটাছুৰ বকতা নেমুগুৰি আঞ্চলিকৰ সদস্যসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ‘বিজেপি গ’ বেক, জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, অমিত শ্বাহ গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আটাছু শিৱসাগৰ জিলাৰ সহকাৰী সম্পাদক প্ৰদীপ দিহিঙীয়াই কয় যে, ‘যদি উত্তৰ-পূবৰ আন ৰাজ্যই এই বুজা নলয় আমি কিয় ল’ম? পৰিস্থিতি দিনক দিনে অন্য ফালে গৈ আছে। আমাৰ দাবী মানি ন’ললে ইয়াতকৈ জংগী ৰূপত আটাছুক দেখা পাব।’

তেওঁৰ উপৰি শিৱসাগৰ মহকুমা সমিতিৰ সহকাৰী সম্পাদক মাধূৰ্য্য খঙীয়াই কয়, ‘প্ৰয়োজনত হয় তেজ দিম, নহয় তেজ লম ইয়াৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ দায়ী হ’ব।’

‘বাংলাদেশী সদায় বাংলাদেশীয়ে তেওঁ হিন্দু হওঁক মুছলমান সকলো ভাৰতৰ বাবে অবৈধ বুজা, আগৰ পৰাই মুছলমান বাংলাদেশীৰ নামত এগাল সাপ অসমত আছেই এইবাৰ হিন্দু নামত আৰু এগাল সাপ আনি ঘৰৰ ভিতৰত লোৱাটো অসমীয়া জাতিৰ ভৱিষ্যৎৰ প্ৰতি অতি বিপদজনক।’ তেওঁ লগতে কয়।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd