• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চেৰাপুঞ্জীত পৰ্য্যটক লৈ যোৱা অসমৰ ইনোভা চালকক দুৰ্বৃত্তৰ আক্ৰমণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 28, 2019 1:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ চেৰাপুঞ্জীলৈ পৰ্য্যটক লৈ যোৱা এজন অসমৰ ইনোভা চালকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে অংকুৰ মজুমদাৰ নামৰ ইনোভা চালকজনক।

উল্লেখযোগ্য যে যোৱা ২৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত এই ঘটনা সংঘটিত হৈছিল যদিও আজিহে ঘটনাটো পোহৰলৈ আহিছে।

Apply Now

জানিব পৰা মতে চেৰাপুঞ্জীৰ চোহৰাৰ এটা পেট্ৰ’ল পাম্পত গাড়ীত তেল ভৰাই থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছিল। আক্ৰমণকাৰী দলটোৱে প্ৰথমতে চালকজনক মদ খাবলৈ ধন দাবী কৰিছিল বুলি যুৱকজনে অভিযোগ কৰে।

কিন্তু দাবী কৰা ধন নিদিয়াৰ বাবেই মাৰধৰ কৰাৰ লগতে পিন্ধি থকা চোলা ফালি দিয়ে। আক্ৰমণত অংকুৰ গুৰুতৰভাৱে আহত হয়।

ইপিনে, ঘটনা সন্দৰ্ভত ভুক্তভোগী চালকজনে কালি মেঘালয়ৰ চোহৰা থানাত এখন এজাহাৰ দাখিল কৰে। অৱশ্যে আৰক্ষীয়ে এই পৰ্য্যন্ত এজনো দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

উক্ত ঘটনাৰ পাছতে নৰ্থ-ইষ্ট নাওলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম কেব অপাৰেটৰ সন্থাৰ সভাপতি ইচমাইল আলীয়ে।

‘মই চৰকাৰক অনুৰোধ জনাওঁ যাতে চালকসকলে সুৰক্ষিতভাৱে উত্তৰ-পূৰ্বত পৰ্য্যটকসকলক লৈ যাব পাৰো তাৰ ব্যৱস্থা কৰিব লাগে।‘ আলীয়ে এইদৰে কয়।

তদুপৰি এই সমগ্ৰ ঘটনা সন্দৰ্ভত শণিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব সদৌ অসম কেব অপাৰেটৰ সন্থাই।

উল্লেখ কৰিব পাৰি যে প্ৰতিদিনেই অসমৰ পৰা গাড়ী ভাড়ালৈ লৈ দেশ বিদেশৰ পৰ্য্যটক মেঘালয়লৈ যায়। কিন্তু এইদৰে পৰ্য্যটক লৈ যোৱা বাহনৰ চালকক ধন দাবী আৰু দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা অতি দুৰ্ভাগ্যজনক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd