• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেব : শিৱসাগৰত বিজেপি বিধায়ক আৰু জিলা সভানেত্ৰীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 9, 2019 6:48 pm

1 min read

কেব : শিৱসাগৰত বিজেপি বিধায়ক আৰু জিলা সভানেত্ৰীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ
1.1k
VIEWS
Share on FacebookShare on Twitter

কেবৰ প্ৰতিবাদত আজি শিৱসাগৰত থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ ঘৰৰ সন্মুখত ঐক্য সেনা অসম আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

বিধেয়ক বাতিলৰ দাবীত ঐক্য সেনা অসমে বিধায়ক কুশল দুৱৰীৰ এ টি ৰোডৰ এন আৰ এল পেট্ৰল পাম্পৰ সমীপত থকা বাসগৃহ ঘেৰাও কৰিবলৈ আহে যদিও বিধায়কৰ ঘৰৰ সন্মুখত ৰৈ থকা আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াত সেই স্থানতেই সংগঠনটোৰ সদস্যসকলে বিজেপি চৰকাৰৰ তীব্ৰ প্ৰতিবাদ জনায়।

আনহাতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদেও বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ লক্ষ্মী নগৰৰ সমীপত থকা বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেবৰ বিৰোধিতা কৰে।

ইয়াৰ পাছতে সংগঠনটোৱে দ’লমুখ চাৰিআলিত বিজেৰি চৰকাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ প্ৰতিবাদত  কলা পতকা প্ৰদৰ্শন কৰি প্ৰতিবাদ জনায়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd