• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেব বিৰোধী আন্দোলন : ইণ্টাৰনেট সেৱা বন্ধ ত্ৰিপুৰাত; অসমতো সম্ভাৱনা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2019 7:14 pm

1 min read

কেব বিৰোধী আন্দোলন : ইণ্টাৰনেট সেৱা বন্ধ ত্ৰিপুৰাত; অসমতো সম্ভাৱনা?
1.1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে ত্ৰিপুৰাত ইণ্টাৰনেট আৰু এছ এম এছ সেৱা বন্ধ কৰি দিয়া হৈছে।

আজি দিনৰ ২ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেট তথা এছ এম এছ সেৱা বন্ধ কৰাৰ কথা এক জাননী যোগে সদৰী কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ মানু আৰু কাঞ্চনপুৰ অঞ্চলত কেব বিৰোধী প্ৰতিবাদৰ সময়ত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত গোষ্ঠীগত সংঘাত লগা বুলি গুজব প্ৰচাৰ হৈ থকাৰ কথা গম পোৱাৰ পিছতে আৰক্ষীয়ে এই সিদ্ধান্ত লয় বুলি জাননীখনত প্ৰকাশ।

উল্লেখযোগ্য যে ত্ৰিপুৰাত বিজেপিৰ বাহিৰে প্ৰতিটো ৰাজনৈতিক দল-সংগঠনেই কেবৰ তীব্ৰ বিৰোধিতা কৰিছে।

জানিব পৰা মতে ঠায়ে ঠায়ে পৰিস্থিতি অনিয়ন্ত্ৰত হৈ পৰে। খোৱাই অঞ্চলত বন্ধ সমৰ্থকৰ আক্ৰমণত কেইবাগৰাকী ব্যক্তি আহত হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে ত্রিপুৰাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ পিছতে অসমতো যিকোনো সময়ত ইন্টাৰনেট সেৱা বন্ধ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে একাংশই।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd