• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি কেৱল নাকৰিকত্ব বিধেয়কক লৈয়ে আন্দোলন কৰা নাছিলো : অশ্বিনী চেতিয়া

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 26, 2019 7:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সিদিনালৈকে মুখত জাতিয়তাবাদী শ্ল’গানেৰে বিজেপিৰ বিৰুদ্ধে হুংকাৰ দি অৱশেষত কালি অৰ্থাৎ ২৫ মাৰ্চত হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত নিজৰ পুৰণি পোছাক সলাই অহা আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই ভগৱানৰ আৰ্শীবাদ বিচাৰি আজি শিৱসাগৰ শিৱদ’লত উপস্থিত হয়।

উল্লেখযোগ্য যে ২২টা বছৰ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত থাকি সংগঠনটোক নেতৃত্ব দি অহা চেতিয়াৰ বিজেপিত যোগদানে বিভিন্ন মহলৰ লগতে আটাছুৰ ভিতৰচৰাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নেতাজনৰ একাংশ সমৰ্থকে এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত বুলি কৈছে যদিও শিৱসাগৰৰ অধিকাংশ লোকেই এই কাৰ্যক আহোম জাতিৰ প্ৰতি চুড়ান্ত অপমান বুলি মন্তব্য কৰে।

Apply Now

গেৰুৱা বসন পিন্ধাৰ বাবে ৰাইজৰ ব্যাপক সমালোচনাৰ সন্মুখিন হোৱাত আজি উপাই নাপাই তেওঁ সাংবাদিকৰ আগত ‘ৰাজনৈতিক জীৱনত সমালোচনা প্ৰতি সমালোচনা থাকিবই, মই সকলো সমালোচনা প্ৰতি সমালোচনাক আৰ্শীবাদ হিচাপে লৈছো’ বুলি কয়।

আনহাতে ইমান দিনে তীব্ৰ বিৰোধিতা কৰি অহা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ ‘আমাৰ সংগ্ৰামৰ ধাৰাত কেৱল CAB এই জড়িত হৈ থকা নাই, ২২ বছৰীয়া ইতিসাহত আৰু বহুটো সংগ্ৰাম জড়িত হৈ আছে’ বুলি গা এৰা মন্তব্য কৰে। তেওঁ কয়, ‘আজি মই এটা নতুন ধাৰালৈ গতি কৰিছো, এই শুভ ক্ষণত মোক শুভ কথাকে সোধক।’

উল্লেখযোগ্য যে বিজেপিত যোগ দি এতিয়াৰ চৰকাৰে ‘অসমৰ জাতিসত্তা ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে’ বুলি ঘোষণা কৰা আটাছুৰ প্ৰাক্তন নেতাজনে কিন্তু মাত্ৰ কিছুদিন আগৈলৈকে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অৰ্ধ উলংগ প্ৰতিবাদৰ নেতৃত্ব দিছিল। গড়গাঁৱৰ কাৰেংঘৰত আৰ এচ এচৰ কৰ্মী উঠাৰ প্ৰতিবাদত গাখীৰ ধালি কাৰেংঘৰক শুদ্ধিকৰণ কৰিছিল।

অৱশ্যে অশ্বিনী চেতিয়াৰ বিজেপি গমনে আটাছুক কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰে সংগঠনটোৰ উপ-সভাপতি বসন্ত গগৈয়ে। তেওঁ কয়, ‘বিজেপিত যোগদান কৰাটো চেতিয়াৰ ব্যক্তিগত বিষয়। তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপত আটাছু কেতিয়াও ব্যৱহৃত নহয়।’

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd