• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱেম্বৰত গৃহীত কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক: হিমন্ত বিশ্ব শৰ্মা

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
September 24, 2019 6:23 am
7-12-1140x570

নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শিলচৰত এখন সভাত ভাষণ দিয়াৰ মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬’ গৃহীত কৰা হ’ব। সোমবাৰে শিলচৰত এই কথা সদৰী কৰে উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা (নেডা)ৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘’এইক্ষেত্ৰত যদি কোনে বাধা নাহে, তেতিয়াহ’লে নাগৰিকত্ব সংশোধনী বিধেয়কখন নৱেম্বৰত গৃহীত কৰা হ’ব,’’-শিলচৰৰ এখন সমাৱেশত ভাষণ দি শৰ্মাই কয়।

Apply Now

সোমবাৰে তেওঁ কেন্দ্ৰৰ বিজেপি নেতৃত্বই আৰম্ভ কৰা ৰাষ্ট্ৰীয় একতা অভিযানৰ অন্তৰ্গত জন জাগৰণ সমাৱেশত ভাগ ল’বলৈ কৰিমগঞ্জ আৰু শিলচৰলৈ গৈছিল।

‘’অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰ আৰু মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা)বিধেয়ক,২০১৯ গৃহীত হোৱাৰ পাছত কোনোৱে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব নে নাই সেই সম্পৰ্কে সন্দেহ ৰখা উচিত নহয়,’’-শৰ্মাই কয়।

‘’আমি অহা নৱেম্বৰৰ ভিতৰত বিধেয়কখন গৃহীত কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে,’’-তেওঁ লগতে কয়।

‘’কিন্তু ইয়াৰ বাবে সকলো দলকে বিশেষকৈ উত্তৰ-পূবৰ দলসমূহক তেওঁলোকৰ সাংস্কৃতিক আৰু ভাষিক অধিকাৰ সুৰক্ষাৰ বাবে আস্থাত লোৱা হ’ব,’’-তেওঁ লগতে সদৰী কৰে।

‘’এইটো আমাৰ নিৰ্বাচনী ইস্তাহাৰত আছিল আৰু সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বহুতে আমাক কৈছিল যে আমি আসনসমূহ লাভ কৰিবলৈ সক্ষম নহ’ম,’’-তেওঁ কয়।

‘’কিন্তু আপোনালোকে নিজেই দেখিব যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অংশৰ বহু স্থানত জনসাধাৰণে বিজেপিক ৯৯ শতাংশ ভোট দিছে,’’-নেডাৰ আহ্বায়কগৰাকীয়ে লগতে কয়।

শৰ্মাই লগতেকয় যে বিজেপি ২০১৪’ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চুবুৰীয়া দেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈ অহা পৰিয়ালসমূহক আশ্ৰয়, সুৰক্ষা তথা নাগৰিকত্ব আগবঢ়োৱাৰ বাবে দায়বদ্ধ।

অনিৰুদ্ধ লস্কৰ

অনিৰুদ্ধ লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd