• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কেব”খনে NRC-ৰ পৰা নাম বাদ পৰা ৪-৫ লাখ লোকৰ সমস্যা দূৰ কৰিব : হিমন্ত বিশ্ব

"কেব"ৰ বিৰোধিতা কৰাসকলে বিৰোধিতা কৰিবই, যিসকলে সমৰ্থন কৰে তেওঁলোকে সমৰ্থন কৰিব”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2019 6:44 pm
himanta-biswa-sarma

ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1.9k
VIEWS
Share on FacebookShare on Twitter

“কেব” অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কে এন আৰ চিৰ পৰা নাম বাদ পৰা অসমৰ ৪-৫ লাখ লোকৰ সমস্যা দূৰ কৰিব আৰু তাৰে দুই লাখ বৰাক ভেলীৰ, এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ “কেব”খন নতুন ৰূপত আহিব আৰু ইয়াত উত্তৰ-পূবৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰয়াস থাকিব বুলিও জানিবলৈ দিয়ে।

আজি গুৱাহাটী আৰু নলবাৰীত দুটা অনুষ্ঠানত মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় চৰকাৰে আনিব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

“পুৰণা “কেব”খন নাহে বুলি মই নিশ্চিত। নতুন “কেব”ৰ খচৰা প্ৰস্তুতৰ বাবে আলাপ-আলোচনা চলি আছে। খচৰাখন বনাইছে নে নাই তাত মোৰ সন্দেহ আছে”, হিমন্তৰ মন্তব্য।

তেওঁ লগতে কয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো সংসদ আৰু ভাৰত চৰকাৰৰ বিষয়। “কেব”খন কি ৰূপত আছে কোনেও দেখা নাই।

““কেব”খন আহিব বুলি অমিত শ্বাহে ঘোষণা কৰি গৈছে, আহিব বুলি আমিও জানো। “কেব”ৰ নতুন খচৰাক লৈ তেওঁ উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ লগত, বিভিন্ন দল-সংগঠনৰ লগত তেওঁ কথা পাতিছে।” মন্ত্ৰীজনৰ মন্তব্য।

“কেব”ৰ ড্ৰাফটো নিশ্চিতভাৱে সলনি হ’ব বুলি অমিত শ্বাহে কৈ গৈছে। উত্তৰ-পূবৰ ইনাৰ লাইন পাৰ্মিট, ষষ্ঠ অনুসূচীৰ ওপৰত তেওঁ বিস্তৃত আলোচনা চলাইছে। তেওঁ নিজে মিজোৰামলৈ সোঁশৰীৰে গৈছে। উত্তৰ-পূবৰ বিভিন্ন সংগঠনৰ সৈতে ইতিমধ্যে কথা পাতিছে আৰু অহা ১৫ দিনত বিভিন্ন দল-সংগঠনৰ সৈতে কথা পাতিব বুলি মোৰ বিশ্বাস আছে”, হিমন্তৰ ভাষ্য।

“কেব”ৰ বিৰোধিতাক স্বীকাৰ কৰি কয়, “বিৰোধিতা কৰাসকলে বিৰোধিতা কৰিবই। যি সমৰ্থন কৰে তেওঁলোকে সমৰ্থন কৰিব।”

তেওঁ বিধেয়কখনৰ প্ৰতি ৰাইজৰ সমৰ্থন আছে বুলি পৰোক্ষভাৱে ইংগিত কৰি কয়, “কেব”ক লৈ প্ৰতিক্ৰিয়া হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচনতো জিকিল। এতিয়া নিৰ্বাচনত জিকাৰ হিচাপত ল’ম নে প্ৰতিক্ৰিয়া হিচাপত ল’ম সেই বিষয়েতো নাজানো।”

তেওঁ “কেব”-বিৰোধীসকলৰ দ্বিমত আৰু প্ৰতিবাদক স্বীকাৰ কৰি কয়, “সকলোৰে নিজৰ নিজৰ বক্তব্য থাকিব, গণতন্ত্ৰত সকলোৱে নিজৰ বক্তব্য দিব, তাত বেয়া পাব লগীয়া একো নাই। প্ৰতিবাদো নিশ্চিতভাৱে থাকিব, কিয়নো আমি ১০০ শতাংশ ভোট পোৱা নাই। প্ৰতিবাদ গণতন্ত্ৰৰ একো একোটা বিভূষণ তাক আমি সন্মান কৰিব লাগে।”

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd