• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দীক কাশ্মীৰৰ চৰকাৰী ভাষা কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2020 8:13 pm
kash
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্ৰেই জম্মু-কাশ্মীৰত চৰকাৰী ভাষাৰ মৰ্যাদা পাব হিন্দী ভাষাই।

কেন্দ্ৰীয় কেবিনেটে আজি এই সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনায়।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ সময়তে সংসদত উত্থাপন কৰা হ’ব জম্মু-কাশ্মীৰ চৰকাৰী ভাষা বিধেয়ক ২০২০।

আজি কেন্দ্ৰীয় কেবিনেটে জম্মু-কাশ্মীৰৰ চৰকাৰী ভাষা হিচাবে হিন্দীৰ লগতে কাশ্মীৰী আৰু ডগ্ৰী ভাষাক অনুমোদন জনায় বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয় যে সংসদত গৃহীত হোৱাৰ পিছতে কাশ্মীৰত হিন্দী,কাশ্মীৰী আৰু ডগ্ৰী কাশ্মীৰৰ চৰকাৰী ভাষা হৈ পৰিব।

কাশ্মীৰত বৰ্তমান উৰ্দু  আৰু ইংৰাজী ভাষা চৰকাৰী কাম-কাজত ব্যৱহাৰ হৈ আছে।

মন্ত্ৰী জাভেদকাৰে কয় যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতে উপত্যকালৈ পৰিৱৰ্তনৰ লহৰ উঠিছে।

হিন্দী ভাষাৰ লগতে কাশ্মীৰী আৰু ডগ্ৰী ভাষা কাশ্মীৰৰ চৰকাৰী ভাষা হ’লে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰত এতিয়া বাহিৰৰ লোকেও কোনো বাধা নোপোৱা কৈয়ে ব্যৱসায়-বাণিজ্য কৰিব পাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd