• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কেবিনেটৰ সিদ্ধান্ত: মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰি কৰা হ’ল শিক্ষা দপ্তৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2020 4:25 pm

1 min read

india_students_2.1910x1000
6.2k
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা দেশত মানৱ সম্পদ উন্নয়ন দপ্তৰ বুলি কোনো বিশেষ দপ্তৰ নাথাকিব।

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰি কেৱল শিক্ষা দপ্তৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেঠ বৈঠকত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনিৰ প্ৰস্তাৱটোত অনুমোদন জনোৱা হ’য়।

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক নেতৃত্বাধীন মানৱ সম্পদ উন্নয়ন দপ্তৰক এতিয়াৰে পৰা কেৱল শিক্ষা বিভাগ হিচাবে জনা যাব।

কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতিতো অনুমোদন জনায়। ১৯৮৬ চনতে গৃহীত ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন ঘটোৱা হৈছিল ১৯৯২ চনত।

এয়াৰ পিছত প্ৰায় তিনিটা দশকৰ ধৰি শিক্ষা নীতিৰ কোনো সংশোধন ঘটোৱা হোৱা নাছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আমূল পৰিৱৰ্তন ঘটোৱা হ’ব বুলি ইংগিত দিছিল।

তাৰেই ফলশ্ৰুতিত আজি কেন্দ্ৰীয় কেবিনেটে শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰাৰ লগতে নতুন শিক্ষা নীতিতো অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী মোডীয়ে শিক্ষা খণ্ডত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd