• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ বাবে সংৰক্ষণ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 8:23 pm
Cabinet approves reservation norms for mandatory use of jute in packaging
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে মৰাপাট বৰ্ষ ২০২১-২২ ৰ প্ৰতি লক্ষ্য ৰাখি পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ বাবে সংৰক্ষণ প্ৰক্ৰিয়াত অনুমোদন জনাইছে।

পেকেজিঙৰ নতুন নিয়ম অনুসৰি মৰাপাটৰ মোনাত খাদ্যশস্য পেক কৰাৰ বাবে ১০০ শতাংশ আৰু চেনীৰ বাবে ২০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰে।

“বৰ্তমানৰ প্ৰস্তাৱিত সংৰক্ষণৰ নিয়মবোৰে দেশত কেঁচা মৰাপাট আৰু মৰাপাট পেকেজিং সামগ্ৰীৰ ঘৰুৱা উৎপাদনৰ স্বাৰ্থ অধিক সুৰক্ষিত কৰিব, যাৰ ফলত ভাৰতে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সৈতে সামঞ্জস্য ৰাখি আত্মনিৰ্ভৰশীল হ’ব।”— চৰকাৰৰ এক বিজ্ঞপ্তিত কোৱা হৈছে।

ভাৰত চৰকাৰে খাদ্যশস্য পেকিং কৰাৰ বাবে প্ৰতি বছৰে প্ৰায় 8,000 কোটি টকাৰ মৰাপাটৰ মোনা ক্ৰয় কৰে, যাৰ ফলত মৰাপাট খেতিয়ক আৰু শ্ৰমিকৰ উৎপাদনৰ বাবে নিশ্চিত বজাৰ নিশ্চিত হয়। মৰাপাট পেকেজিং সামগ্ৰীত পেকেজিঙৰ বাবে সংৰক্ষণে ২০২০-২১ বৰ্ষত দেশত উৎপাদিত কেঁচা মৰাপাটৰ প্ৰায় ৬৬.৫৭ শতাংশ ব্যৱহাৰ কৰাত সহায় কৰিছিল বুলি বিবৃতিটোত কোৱা হৈছে।

কেন্দ্ৰই কয় যে শেহতীয়া সিদ্ধান্তই মৰাপাট কল আৰু আনুষঙ্গিক কৰ্মত নিয়োজিত ০.৩৭ নিযুত শ্ৰমিকক সকাহ প্ৰদান কৰাৰ লগতে প্ৰায় ৪ নিযুত খেতিয়ক পৰিয়ালৰ জীৱিকাত সহায় কৰিব।

Apply Now

মৰাপাট উদ্যোগৰ মুঠ উৎপাদনৰ প্ৰায় ৭৫ শতাংশ হৈছে মৰাপাট নিৰ্মিত মোনা, যাৰ ৯০ শতাংশ ভাৰতীয় খাদ্য নিগম আৰু ৰাজ্যিক ক্ৰয় সংস্থাক যোগান ধৰা হয়। আনহাতে বাকী অংশ পোনপটীয়াকৈ ৰপ্তানি বা বিক্ৰী কৰা হয়।

বিবৃতিটোত লগতে কোৱা হৈছে, “মৰাপাট মোনাৰ গড় উৎপাদন হৈছে প্ৰায় ৯ লাখ মেট্ৰিক টন আৰু মৰাপাট নিৰ্মিত মোনাৰ সম্পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ যাতে মৰাপাট খেতিয়ক, শ্ৰমিক আৰু মৰাপাট উদ্যোগত নিয়োজিত ব্যক্তিসকলৰ স্বাৰ্থ সুৰক্ষিত হয়।”

ইফালে কেবিনেটে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ কপাহৰ উৎপাদনৰ বাবে ভাৰতীয় কপাহ আয়োগক ১৭,৪০৮.৮৫ কোটি টকাৰ প্ৰতিশ্ৰুতিবদ্ধ মূল্য সমৰ্থনৰ বাবেও অনুমোদন জনাইছে। মূল্য সমৰ্থন কাৰ্যই কপাহৰ দৰ স্থিৰ কৰাত সহায় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd