DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“কোভিড পৰিস্থিতিৰ বাবেই মেট্ৰিক আৰু HS পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়” কেবিনেটৰ পৰামৰ্শ

১৮ জুনত শিক্ষা বিভাগৰ লগত বিভিন্ন দল-সংগঠনে মিলি ল'ব সিদ্ধান্ত

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 16, 2021 3:56 pm
kkkes
374
VIEWS
Share on FacebookShare on Twitter

কোভিড মহামাৰীৰ বাবে দেশ তথা ৰাজ্যৰ বাবে ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱা দেখা পোৱা গৈছে। এই ভয়াৱহ পৰিস্থিতিৰ মাজতেই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।

 

আজি কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি সংবাদমেল যোগে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে “কোভিড পৰিস্থিতিৰ বাবেই মেট্ৰিক আৰু HS পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সাধাৰণ যি পৰীক্ষাৰ মডেলিটি বা গতানুগতিক ভাবে পূৰ্বৰে পৰা চলি অহা পৰীক্ষাৰ সন্দৰ্ভত যি ব্যৱস্থা লোৱা হয় সেই ব্যৱস্থা অনুযায়ী এই কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত তেনেকৈ পৰীক্ষা পতাটো সম্ভৱ নহয় বুলি কেবিনেটে পৰামৰ্শ দিছে।”

 

আনহাতে কেবিনেটত নতুনকৈ পূৰ্বৰ ১ টা ফৰেণ্সিক লেবৰেটৰীৰ বাহিৰে ৪টা নতুন ফৰেণ্সিক লেবৰেটৰী নিৰ্মাণ কৰা হ’ব বুলি পিয়ুষ হাজৰিকাই উল্লেখ কৰে।

 

লেবৰেটৰী কেইটা শিলচৰ,ডিব্ৰুগড় মেডিকেল কলেজ,তেজপুৰ মেডিকেল কলেজ আৰু বঙাইগাঁও চিভিল হস্পিতালত স্থাপন কৰা হ’ব।

খাদ্য যোগানৰ চাউল FCI পৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। Supplimentary nutrition programme আঁচনিৰ জৰিয়তে FCI পৰা চাউল পালে বহু পুঁজি ৰাহি হ’ব বুলি উল্লেখ কৰে অজন্তা নেওগে। উল্লেখ্য ক’ৰ’নাতংকৰ বাবে সময় অনুসৰি অনুষ্ঠিত নোহোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পৰিস্থিতি উন্নত হ’লেই চাৰিটা বিষয়ৰে হ’লেও অনুষ্ঠিত কৰা হ’ব বুলি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰি আহিছে।

 

উল্লেখ্য মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে অসমৰ একাংশ ছাত্ৰই।

 

দিল্লীত অসমৰ ছাত্ৰসকলৰ ন্যায়িক যুদ্ধত সহায় কৰি থকা অধিবক্তা অভিষেক চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈ আহ্বান জনাই অসমৰ ছাত্ৰসকলে অধিবক্তা মঞ্জু জেটলীৰ জৰিয়তে আদালতত আবেদন জনাইছে।

Recent News

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd