• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2023 4:07 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত অৱসৰলৈ মাত্ৰ এদিন বাকী থকা এগৰাকী পঞ্চায়ত সচিবক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে। 

খবৰ অনুসৰি, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিভিন্ন উন্নয়নমূলক কামৰ বাবে মুকলি কৰি দিয়া চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক।

Apply Now

লগতে পঢ়কঃ বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

জানিব পৰা মতে, কাছাৰ জিলাৰ বিন্নকান্দি উন্নয়ন খণ্ডৰ বোৱালি চেংজুৰ গ্ৰাম পঞ্চায়তৰ পঞ্চায়ত সচিবজনৰ নাম ৰতিশ ধৰ।

তথ্য অনুসৰি বিষয়াগৰাকীৰ উধৰবন্দৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ৰতিশ ধৰক গ্ৰেপ্তাৰ কৰে। কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

অভিযোগত অনুসৰি ৰতিশ ধৰে কেইবাটাও উন্নয়নমূলক কামত দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ নামত ভুৱা জিঅ’টেগ প্ৰস্তুত কৰি বিপুল পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰিছিল।

লগতে পঢ়কঃ উন্মাদৰ কাণ্ড! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত শিশুসহ একেটা পৰিয়ালৰ ৫জন নিহত

ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ অনুসৰি বিভাগীয় তদন্ত কৰা হয়, তদন্তৰ ধন আত্মসাৎ কৰা কথা স্পষ্ট হৈ পৰে। এই তথ্যৰ ভিত্তিত কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰে পঞ্চায়ত সচিব ৰতিশ ধৰ আৰু আন দুজন বিষয়া ক্ৰমে গ্ৰাম ৰোজগাৰ সেৱক অমৃতলাল গুপ্তা আৰু কৃপা সিন্ধু গুপ্তাৰ বিৰুদ্ধে চৰকাৰী পুঁজি আত্মসাৎ কৰাৰ গোচৰ ৰুজু কৰে।

এই এজাহাৰৰ ভিত্তিত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰতিশ ধৰক। ইফালে বাকী দুজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে আজি (৩০ এপ্ৰিল) পদৰ পৰা অৱসৰ ল’ব লাগিছিল ৰতীশ ধৰে, কিন্তু অৱসৰৰ এদিন পূৰ্বে ধৰা পৰিল বিষয়াগৰাকী।

লগতে পঢ়কঃ ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ বাবে আমন্ত্ৰিত একমাত্ৰ ভাৰতীয় শিল্পী সোনম কাপুৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd