• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেগৰ প্ৰতিবেদনত ধৰা পৰিল এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যাপক বিসংগতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2022 9:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেলে (কেগ) অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যাপক বিসংগতি ধৰা পেলাইছে। শনিবাৰে অসম বিধানসভাত দাখিল কৰা ২০২০ বৰ্ষৰ বাবে কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে সঠিক পৰিকল্পনাৰ অভাৱৰ বাবে মূল ছফ্টৱেৰত প্ৰায় ২১৫ টা ছফ্টৱেৰ ইউটিলিটি বিশৃংখলভাৱে যোগ দিয়া হৈছিল।

কেগৰ প্ৰতিবেদনত কোৱা হৈছে, “এই ক্ষেত্ৰত সঠিক পৰিকল্পনাৰ অভাৱৰ বাবে মূল ছফ্টৱেৰত ২১৫ টা ছফ্টৱেৰ ইউটিলিটি বিশৃংখলভাৱে (haphazard manner) যোগ কৰা হৈছিল। ৰাষ্ট্ৰীয় নিবিদা অনুসৰণ কৰি যোগ্যতা মূল্যায়নৰ জৰিয়তে ছফ্টৱেৰ বিকাশ বা বিক্ৰেতা বাছনিৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ এইটো কৰা হৈছিল।”

ইয়াত কোৱা হৈছে যে এনআৰচি আপডেট অনুশীলনত অত্যন্ত সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ছফ্টৱেৰৰ প্ৰয়োজন।

Apply Now

লগতে পঢ়ক: আত্মহত্যা! শ্বুটিং ছেটতে মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ; ৱাশ্বৰুমৰ পৰা উদ্ধাৰ মৃতদেহ

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে এনআৰচি তথ্য সংগ্ৰহ আৰু সংশোধনৰ বাবে ছফ্টৱেৰ আৰু ইউটিলিটিৰ বিশৃংখল বিকাশে কোনো নিৰীক্ষণ পথ (অডিট ট্ৰেইল) এৰি নোযোৱাকৈ ডাটা টেম্পাৰিং হোৱাৰ আশংকা সৃষ্টি কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে অডিট ট্ৰেইলে এনআৰচি তথ্যৰ সত্যতাৰ বাবে দায়বদ্ধতা নিশ্চিত কৰিব পাৰিলেহেঁতেন। সেয়েহে, বৈধ ত্ৰুটিমুক্ত এনআৰচি প্ৰস্তুত কৰাৰ উদ্দেশ্য এতিয়াও পূৰণ হোৱা নাই।

কেগৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে সময় অতিৰিক্ত বাঢ়ি যোৱাৰ বাবে আৰম্ভণিতে ধাৰণা কৰা এনআৰচি প্ৰকল্পৰ ব্যয় ২৮৮.১৮ কোটি টকাৰ পৰা ১৬০২.৬৬ কোটি টকালৈ বৃদ্ধি পাইছে।  

এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই তেওঁৰ পূৰ্বসূৰী প্ৰতীক হাজেলাৰ দ্বাৰা দুৰ্নীতি আৰু ধন ৰপ্তানিৰ বিষয়ে অভিযোগ কৰি ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি বিৰোধী শাখাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল।

লগতে পঢ়ক: ক্ষান্ত হোৱা নাই পুটিন! খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত ১০ জন

এনআৰচি হৈছে অবৈধ অনুপ্ৰৱেশকাৰীসকলক আঁতৰোৱাৰ এক অনুশীলন।  ভাৰতীয় নাগৰিকত্ব প্ৰতিষ্ঠা কৰাৰ বাবে পৰ্যাপ্ত নথিপত্ৰৰ অভাৱৰ বাবে ৩.৩০ কোটি আবেদনৰ ভিতৰত ১৯.০৬ লাখ বাদ দি ২০১৮ ৰ জুলাইত খচৰা তালিকাখন প্ৰকাশ কৰা হৈছিল।

অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে ভাৰতত প্ৰৱেশ কৰা সকলে এনআৰচিৰ জৰিয়তে তেওঁলোকৰ  নাগৰিকত্ব প্ৰমাণ কৰিব লগা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd