• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাই-ভনীৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছে লাডাখ সংকটে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2020 8:32 pm

1 min read

modi12333
295
VIEWS
Share on FacebookShare on Twitter

লাডাখ সংকটে কেৱল দেশৰ সামৰিক তথা ৰাজনৈতিক ক্ষেত্ৰ খনতে প্ৰভাৱ পেলোৱা নাই।

এই সংকটে এতিয়া ভাই-ভনীৰ সম্পৰ্ককো চুই গৈছে।

সৌ সিদিনালৈ ভাই-ভনীৰ অম্লান সম্পৰ্কক নতুন মাত্ৰা প্ৰদান কৰা ৰাখী বন্ধনত আধিপত্য বিস্তাৰ কৰিছিল চীনৰ ৰাখীয়ে। লাডাখ সংকটৰ পিছত সেই আধিপত্যৰ যেন অৱসান ঘটিবলৈ ওলাইছে।

পূৱ লাডাখৰ গালোৱান ভেলীত চীনা সেনাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতে দেশ জুৰি  চীনৰ সামগ্ৰী বৰ্জনৰ জোৱাৰ উঠিছে।

ৰাজ্যই ৰাজ্যই জ্বলাই দিয়া হৈছে চীনা সামগ্ৰী। ইমানৰ পিছত ৰাখী বন্ধনৰ সময়ত চীনৰ ৰাখী ব্যৱহাৰ কৰাৰ প্ৰশ্নই নুঠে।

কিন্তু চীনৰ ৰাখী আমদানি নকৰিলে হঠাতে ইমান ৰাখী পোৱা যাব ক’ত?

এই সমস্যাৰো সমাধান সূত্ৰ উলিয়াইছে কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।

প্ৰতিষ্ঠানটোৱে চীনৰ ৰাখীৰ ঠাইত লৈ আহিছে মোডী ৰাখী।

দেশৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠানটোৱে মহিলা আত্ম সহায়ক গোটক প্ৰস্তুত কৰিবলৈ দিছে লাখ লাখ মোডী ৰাখী।

মোডী ৰাখীৰ মাজত জিলিকি থাকিব মোডীৰ ছবি।

বহুতে ইয়াক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল বুলিও কবলৈ আৰম্ভ কৰা দেখা গৈছে।

যি কি নহওঁক, মোডী ৰাখীয়ে দেশবাসীৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ মনোভাৱ জগাই তুলিব বুলি আশা কৰা হৈছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd