• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA-NRC বিৰোধী বিজ্ঞাপন বন্ধৰ নিৰ্দেশ আদালতৰ; স্তব্ধ মমতাৰ দূৰন্ত ৰথ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2019 6:10 pm

2 min read

885358-mamata-banerjee-nrc

ফটো: প্ৰাইম টাইমছ ডট ইনৰ সৌজন্যত

918
VIEWS
Share on FacebookShare on Twitter

CAA-NRC ৰ বিৰোধিতা কৰি পশ্চিমবংগ চৰকাৰে প্ৰচাৰ কৰা বিজ্ঞাপনৰ ওপৰত কলকাতা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।

সোমবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল। বিচাৰপীঠে উক্ত বিজ্ঞাপনৰ ওপৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশ জাৰি কৰে।

ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পৰৱৰ্তী ৰায় নিদিয়ালৈকে যিকোনো সংবাদমাধ্যমত এই বিজ্ঞাপন প্ৰকাশ বা প্ৰচাৰ কৰিব নোৱাৰিব।

সংসদৰ দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি ইয়াক আইনত পৰিণত কৰিলেও পশ্চিমবংগ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন মানিবলৈ সাজু নহয়।

ৰাজ্যখনত CAA বিৰোধী আন্দোলন অব্যাহত আছে আৰু তৃণমূলৰ নেতৃত্বতে ৰাজপথত আন্দোলনে তীব্ৰ ৰূপ লৈছে। কেবল সেয়াই নহয়, CAA-NRC ৰ বিৰোধিতা কৰি বিভিন্ন সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে।

ৰাজ্য চৰকাৰে কেনেদৰে কোনো আইনৰ বিৰোধিতা কৰিব পাৰে তাক লৈ কলকাতা উচ্চ ন্যায়ালয়ত তিনিটা পৃথক গোচৰ ৰুজু কৰা হৈছিল।

সোমবাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি বি ৰাধাকৃষ্ণনৰ বিচাৰপীঠত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয়।

শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই জানিবলৈ দিয়ে যে যিকোনো ৰাজ্য চৰকাৰৰ এনে বিজ্ঞাপন দিয়াৰ অধিকাৰ আছে। বিপৰীতে বিৰোধী পক্ষৰ অধিবক্তাই এই দাবী মানিবলৈ অস্বীকাৰ কৰে।

দুয়োটা পক্ষৰে যুক্তি শুনাৰ পাছত মুখ্য ন্যায়াধীশ টি বি ৰাধাকৃষ্ণনৰ বিচাৰপীঠে CAA-NRC ৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd