DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ মাৰ্চত আকৌ ভাৰত বন্ধ, কোনে-কিয় দিছে এই বন্ধ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 1:49 pm
bharat-bandh--750x375

ফাইল ফটো

495
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচনৰ হৈ-চৈ চলি থকাৰ মাজতে অহা ২৬ মাৰ্চত পুনৰ ঘোষণা কৰা হৈছে ভাৰত বন্ধ।

২৬ ফেব্ৰুৱাৰীত কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধ আৰু চকা বন্ধ পালন কৰাৰ  পিছত এইবাৰ ২৬ মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই।

তিনিখনকৈ বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে দুমাহৰো অধিক কাল দিল্লীৰ সীমান্তত আন্দোলন অব্যাহত ৰাখিছে যদিও চৰকাৰে কৃষকৰ আন্দোলনৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া নাই।

ইয়াৰ বিপৰীতে চৰকাৰে দিল্লী আৰু সিংঘু সীমান্তত কাঁটা তাঁৰৰ বেৰ দি প্ৰতিবাদী কৃষকসকলক শলঠেকতহে পেলাব বিচাৰিছে।

চৰকাৰে কৃষকৰ দাবীক গুৰুত্ব নিদিয়াৰ প্ৰতিবাদতে সংযুক্ত কিষাণ মৰ্চাই অহা ২৬ মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছে।

ভাৰত বন্ধৰ উপৰি ২৮ মাৰ্চত দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে বিতৰ্কিত কৃষি আইন কেইখনৰ প্ৰতিলিপি দাহ কৰিব বুলি জানিবলৈ দিছে।

উল্লেখ্য কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠন সমূহে ৬ ফেব্ৰুৱাৰীৰ দিনাও ৰাষ্ট্ৰজোৰা চকা বন্ধ কাৰ্যসূচী পালন কৰিছিল।

কৃষক নেতা বুটা সিং বুৰ্জগিলে প্ৰকাশ কৰা মতে ২৬ মাৰ্চৰ পুৱাৰে পৰা বিয়লিলৈকে ভাৰত বন্ধ পালন কৰা হ’ব।

তেওঁ অৱশ্যে বন্ধৰ সঠিক সময় উল্লেখ নকৰিলে।

১৫ মাৰ্চতো কংষক সংগঠনটোৱে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিব বুলি তেওঁ কয়।

দিল্লীত কৃষক বিদ্ৰোহে চতুৰ্থ মাহত ভৰি দিবলগীয়া দিনটোতে কৃষক সংগঠনটোৱে ভাৰত বন্ধৰ আহ্বান জনাইছে।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd