• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্ৰধান মন্ত্ৰী মোদীয়ে; স্বীকৃতি কেমব্ৰিজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 7:41 am
index-1.jpgaaa-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত গোটেই দেশতে কঠোৰ লকডাউন তথা সামাজিক দূৰত্ব বিধি পালনৰ দিসত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ ভূমিকা পালন কৰিছিল।

কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰিস্থিতিত ভাৰতৰ চৰকাৰী নীতিৰ ভূমিকা সন্দৰ্ভত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই কথা কোৱা হৈছে।

Apply Now

লকডাউনকে ধৰি মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিভিন্ন মন্ত্ৰ্যালয় তথা কাৰ্যালয়ৰ নীতি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পদক্ষেপ চিনাক্ত কৰিবলৈ এই গৱেষণা চলোৱা হৈছিল।

এইক্ষেত্ৰত মেছিন লাৰ্ণিং তথা কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰ এলগাৰিজম ব্যৱহাৰ কৰা হৈছেল। বিজ্ঞান সম্পৰ্কীয় জাৰ্ণেল পিএলঅ’এছ ৱানত শেহতীয়াকৈ এয়া প্ৰকাশ পাইছে।

গৱেষণাত দাবী কৰা হৈছে যে মোদীয়ে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে দেশৰ প্ৰস্তুতি তথা নিৰাময়ৰ কৌশল পৰিচালিত হৈছে। তেওঁ আনকি ‘মন কি বাত’ আদি কাৰ্যসূচীৰে বাৰে বাৰে জনসাধাৰণৰ সন্মুখলৈ আহি দেশৰ ১৩০ কোটি লোকক কঠোৰ লকডাউনৰ মাজত ৰখাত সফল হৈছে।

সেইদৰে তেওঁ সামাজিক দূৰত্বৰ বিধি মানি চলাৰ ক্ষেত্ৰতো জনসাধাৰণক আগ্ৰহী কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছে।

এগৰাকী গৱেষকৰ মতে জনসাধাৰণৰ প্ৰতি মোদীয়ে দিয়া আশ্বাসৰ ফলস্বৰূপে দৰৱ প্ৰস্তুতকৰ্তা, অৰ্থনৈতিক, স্বাস্থ্যৰ দৰে বিষয়সমূহত সাৰ্বিক প্ৰভাৱ পৰিছে।

মানুহৰ মনত যাতে অনুপ্ৰেৰণাৰ সৃষ্টি হয় তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ইয়াৰ ভিতৰত বৈদ্যুতিন চেনেলসমূহত কৰ’না সংক্ৰান্তীয় তথ্যৰ প্ৰচাৰ, বলীউদৰ গান, কবিতা, নাটকৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।

সেইদৰে, ৰামায়ন-মহাভাৰতৰ দৰে অনুষ্ঠানৰ সম্প্ৰচাৰৰ দ্বাৰা মানুহক আছন্ন কৰি ৰাখি ঘৰতেই আৱদ্ধ থাকিবলৈ উৎসাহ যোগাইছিল।

তদুপৰি, ৰাজহুৱা স্থানত বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰা, শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ যোগ তথা আয়ুৰ্বেদৰ প্ৰতি আকৰ্ষিত কৰা, ৰেইলৰ ডবাক আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰা, পিপিই কিট আৰু মাস্ক প্ৰস্তুত কৰা আৰু দেশীয় প্ৰযুক্তিৰ কৰ’না পৰীক্ষা কিট উৎপাদনৰ দৰে বিষয়তো সফলতা কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd