• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬২ টকাত বুক কৰিছিল উবাৰ : গন্তব্যস্থান পোৱাৰ পিছত বিল আহিল ৭,৬৬,৮৩,৭৬২ টকা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 31, 2024 5:57 pm
21.5k
VIEWS
Share on FacebookShare on Twitter

এক অদ্ভুত ঘটনা সংঘটিত হৈছে দীপক টেংগুৰিয়া নামৰ এজন যুৱকৰ লগত। নয়ডাৰ বাসিন্দা যুৱকজনে কাৰ্যালয়লৈ যাবলৈ উবাৰ এপৰ পৰা অটো বুকিং কৰিছিল, য’ত ৬২ টকা ভাড়া দেখুৱাইছিল। 

কিন্তু নিৰ্দিষ্ট গন্তব্যস্থান পোৱাৰ পিছত যেতিয়া তেওঁ পেমেণ্ট কৰিবলৈ লৈছিল, তেতিয়া তেওঁ দেখিলে যে ভাড়া ৬২ টকা নহয় ৭,৬৬,৮৩,৭৬২ কোটি টকা ভাড়া দেখুওৱা হৈছে এপত।

গন্তব্যস্থানত গৈ যুৱকজনে কোটি কোটি টকাৰ বিল দেখি স্তম্ভিত হৈ পৰে।  উবাৰৰ এই কথা তেওঁ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে। পোষ্টটো ভাইৰেল হোৱাৰ কিছু সময়ৰ পিছতে উবাৰ কৰ্তৃপক্ষই ক্ষমা বিচাৰি কয় যে বিষয়টো সন্দৰ্ভত তদন্ত চলোৱা হৈছে।

দীপক আৰু তেওঁৰ বন্ধু আশীষ মিশ্ৰই এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত আশীষে দীপকক বিলখন দেখুৱাবলৈ কয়। দীপকে মোবাইলত দেখুৱালে যে ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকীয়া বিল আহিছে।

ইয়াৰে ৫ কোটি ৯৯ লাখ ৯ হাজাৰ ১৮৯ টকা ৱেটিং চাৰ্জৰ বাবে আৰু ৭৫ টকা প্ৰমোচন খৰচৰ বাবে লোৱা হৈছে। ইফালে আমোদজনক কথাটো হ’ল যে আহি পোৱাৰ পিছত উবেৰৰ অটো চালকজনে ১ মিনিটো অপেক্ষা কৰিব লগা হোৱা নাছিল।

দীপকে কয় যে তেওঁ জীৱনত কেতিয়াও ইমান শূন্য গণনা কৰা নাছিল। তেওঁৰ বক্তব্যৰ ভিত্তিত আশীষ মিশ্ৰ নামৰ বন্ধুজনে কয় যে, “আপুনি চন্দ্ৰযান বুকিং কৰিলেও ইমান টকা খৰচ নহ’লহেঁতেন।”

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd