• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজকুমাৰ চাৰ্লছ ব্ৰিটেইনৰ ৰজাৰ আসনত অধিষ্ঠিত হ’লে কহিনুৰ পৰিধান কৰিব কেমিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 8:50 pm
Kohinoor
146
VIEWS
Share on FacebookShare on Twitter

‘কহিনুৰ’! এই নামটোক লৈ ৰহস্য তথা চৰ্চাৰ অন্ত নাই। এই অমূল্য সম্পদবিধৰ সন্দৰ্ভত শেহতীয়াকৈ আহিছে এক বিশেষ প্ৰতিবেদন।

এই প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছ ৰজা হিচাপে মনোনীত হ’লে তেওঁৰ পত্নী কেমিলাই ব্ৰিটেইনৰ ৰাণীৰ বিখ্যাত কহিনুৰ মুকুট লাভ কৰিব।

ৰাণী দ্বিতীয় এলিজাবেথে শনিবাৰে তেওঁৰ “আন্তৰিক ইচ্ছা” ঘোষণা কৰিছিল যে কৰ্ণৱালৰ ডাচেছ কেমিলাক অৱশেষত ৰাণী সহধৰ্মিনী হিচাপে বিবেচিত কৰিব লাগে।

ইয়াৰ পিছতে ডেইলী মেইলে প্ৰকাশ কৰে যে চাৰ্লছে সিংহাসনত উঠিলে কেমিলাই ৰাণী এলিজাবেথৰ “অমূল্য” হীৰাৰ মুকুট শিৰত পৰিধান কৰিব।

কহিনুৰ হৈছে ইতিহাসতসমৃদ্ধ ১০৫.৬ কেৰেটৰ হীৰা। চতুৰ্দশ শতিকাত ভাৰতত উদ্ধাৰ হোৱা এই হীৰা বিধ শতিকাজুৰি বহুতো হাত সলনি হৈছিল।

১৮৪৯ চনত পঞ্জাৱত ব্ৰিটিছৰ উপনিৱেশিকৰ পিছত হীৰা বিধ ৰাণী ভিক্টোৰিয়াক প্ৰদান কৰা হয়। ই তেতিয়াৰ পৰা ব্ৰিটিছ ক্ৰাউন জুৱেলছৰ অংশ হৈ আহিছে। কিন্তু ভাৰতকে ধৰি কমেও চাৰিখন দেশৰ মাজত এই হীৰা এক ঐতিহাসিক বিবাদৰ বিষয় হৈ আছে।

১৯৩৭ চনত ৰজা ষষ্ঠ জৰ্জৰ ৰাজ্যাভিষেকৰ বাবে ৰাণী এলিজাবেথৰ বাবে সৃষ্টি কৰা প্লেটিনামৰ মুকুটত কহিনুৰ হীৰা স্থাপন কৰা হৈছে। টাৱাৰ অফ লণ্ডনত ইয়াৰ প্ৰদৰ্শন কৰা হয়।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, প্ৰিন্স চাৰ্লছ ৰজা হ’লে অমূল্য প্লেটিনাম আৰু হীৰাৰ মুকুট কেমিলাৰ শিৰত অভিষেক হ’ব।

প্ৰিন্স চাৰ্লছ আৰু ৰাজকুমাৰী ডায়েনাৰ বিবাহ ভংগৰ বাবে কেমিলাক দীৰ্ঘদিন ধৰি দোষাৰোপ কৰা হৈছিল। অৱশেষত সংবেদনশীলতাক স্বীকৃতি দি দম্পতীহালে ২০০৫ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।

ৰাজপৰিয়ালে ঘোষণা কৰিছিল যে চাৰ্লছ ৰজা হোৱাৰ পিছত তেওঁ সহধৰ্মিনী হিচাপে পৰিচিত হ’ব।

Recent News

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd