• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজকুমাৰ চাৰ্লছ ব্ৰিটেইনৰ ৰজাৰ আসনত অধিষ্ঠিত হ’লে কহিনুৰ পৰিধান কৰিব কেমিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 8:50 pm
Kohinoor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কহিনুৰ’! এই নামটোক লৈ ৰহস্য তথা চৰ্চাৰ অন্ত নাই। এই অমূল্য সম্পদবিধৰ সন্দৰ্ভত শেহতীয়াকৈ আহিছে এক বিশেষ প্ৰতিবেদন।

এই প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছ ৰজা হিচাপে মনোনীত হ’লে তেওঁৰ পত্নী কেমিলাই ব্ৰিটেইনৰ ৰাণীৰ বিখ্যাত কহিনুৰ মুকুট লাভ কৰিব।

Apply Now

ৰাণী দ্বিতীয় এলিজাবেথে শনিবাৰে তেওঁৰ “আন্তৰিক ইচ্ছা” ঘোষণা কৰিছিল যে কৰ্ণৱালৰ ডাচেছ কেমিলাক অৱশেষত ৰাণী সহধৰ্মিনী হিচাপে বিবেচিত কৰিব লাগে।

ইয়াৰ পিছতে ডেইলী মেইলে প্ৰকাশ কৰে যে চাৰ্লছে সিংহাসনত উঠিলে কেমিলাই ৰাণী এলিজাবেথৰ “অমূল্য” হীৰাৰ মুকুট শিৰত পৰিধান কৰিব।

কহিনুৰ হৈছে ইতিহাসতসমৃদ্ধ ১০৫.৬ কেৰেটৰ হীৰা। চতুৰ্দশ শতিকাত ভাৰতত উদ্ধাৰ হোৱা এই হীৰা বিধ শতিকাজুৰি বহুতো হাত সলনি হৈছিল।

১৮৪৯ চনত পঞ্জাৱত ব্ৰিটিছৰ উপনিৱেশিকৰ পিছত হীৰা বিধ ৰাণী ভিক্টোৰিয়াক প্ৰদান কৰা হয়। ই তেতিয়াৰ পৰা ব্ৰিটিছ ক্ৰাউন জুৱেলছৰ অংশ হৈ আহিছে। কিন্তু ভাৰতকে ধৰি কমেও চাৰিখন দেশৰ মাজত এই হীৰা এক ঐতিহাসিক বিবাদৰ বিষয় হৈ আছে।

১৯৩৭ চনত ৰজা ষষ্ঠ জৰ্জৰ ৰাজ্যাভিষেকৰ বাবে ৰাণী এলিজাবেথৰ বাবে সৃষ্টি কৰা প্লেটিনামৰ মুকুটত কহিনুৰ হীৰা স্থাপন কৰা হৈছে। টাৱাৰ অফ লণ্ডনত ইয়াৰ প্ৰদৰ্শন কৰা হয়।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, প্ৰিন্স চাৰ্লছ ৰজা হ’লে অমূল্য প্লেটিনাম আৰু হীৰাৰ মুকুট কেমিলাৰ শিৰত অভিষেক হ’ব।

প্ৰিন্স চাৰ্লছ আৰু ৰাজকুমাৰী ডায়েনাৰ বিবাহ ভংগৰ বাবে কেমিলাক দীৰ্ঘদিন ধৰি দোষাৰোপ কৰা হৈছিল। অৱশেষত সংবেদনশীলতাক স্বীকৃতি দি দম্পতীহালে ২০০৫ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।

ৰাজপৰিয়ালে ঘোষণা কৰিছিল যে চাৰ্লছ ৰজা হোৱাৰ পিছত তেওঁ সহধৰ্মিনী হিচাপে পৰিচিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd