• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নোটৰ পৰা ক’ৰ’না ভাইৰাছ সংক্ৰমণ হ’ব পাৰে নেকি? কি কয় বিশ্বৰ গষেৱক সংস্থাবোৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2020 9:27 am
7c2cc8bc2ea3878154c5f5808bfa314a

প্ৰতিনিধিত্বমূলক ফ'টো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নোটৰ পৰা মাৰাত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমণ হ’ব পাৰে নেকি? কি কয় বিশ্বৰ গষেৱক সংস্থাবোৰে!

পূৰ্বৰ কিছু অধ্যয়নে নোটৰ পৰা কিছুমান ৰোগৰ বীজাণু বিয়পাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰি আহিছে।

Apply Now

এতিয়া প্ৰশ্ন হৈছে সমগ্ৰ বিশ্বতে মাৰাত্মক ৰূপ ধাৰণ কৰা মহামাৰী ক’ৰ’না ভাইৰাছৰ বীজাণুৱেও নোটৰ যোগেদি মানুহলৈ সংক্ৰমিত হয় নেকি?

তাকে লৈ কেৱল ভাৰততে নহয় বিশ্বৰ বিভিন্ন দেশৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাতো চৰ্চা লাভ কৰা দেখা গৈছে।

২০১৮ বৰ্ষত প্ৰকাশিত ইন্টাৰনেশ্যনেল জাৰ্ণেল অৱ কাৰেণ্ট ইঞ্জিনিয়াৰিং এণ্ড ছাইনটিফিক ৰিৰ্চাছে মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা ১০০, ৫০, ২০ আৰু ১০ টকীয়া নোটৰ ওপৰত কৰা অধ্যয়নৰ এখন প্ৰতিবেদনত এই সম্ভাৱনাৰ কথা প্ৰকট কৰিছিল।

২০১৫ বৰ্ষত ইণ্ডিয়ান জাৰ্ণেল অৱ মেডিকেল এণ্ড পাব্লিক হেল্থত প্ৰকাশিত এখন প্ৰতিবেদনত কোৱা হৈছে যে নোট আৰু ক’ইনছৰ দ্বাৰা কিছুমান ৰোগৰ বীজাণু, বেক্টেৰিয়া আদি সংক্ৰমিত হয়।

২০১৪ বৰ্ষত নিউয়ৰ্ক বিশ্ববিদ্যালয়ে এনে ৩০০০ বেক্টেৰিয়াৰ চিনাক্ত কৰিছিল যিবোৰে ড’লাৰ জৰিয়তে মানুহৰ হাতেৰে সংক্ৰমিত হয়।

বৰ্তমানেও নোট তথা ক’ইনছৰ দ্বাৰা ক’ৰ’না ভাইৰাছ সংক্ৰমণ বা বিয়পিব পাৰে নেকি তাৰ অধ্যয়ন চলাই থকা হৈছ। অৱেশ্যে এই বিষয়ে এতিয়াও কোনো নিশ্চিত হোৱা নাই যে ইয়াৰ দ্বাৰা ক’ৰ’না ভাইৰাছ সংক্ৰমিত হয় বা বিয়পে।

কিন্তু সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে কিছুদিন আগতে বাতৰি প্ৰকাশ কৰিছে যে ইউ এছ ফেডাৰেল ৰিজাৰ্ভে এছিয়াৰ দেশসমূহৰ লগত চলি থকা বিত্তীয় ব্যৱস্থাৰে যাতে বীজাণু সংক্ৰমণ নহয় তাৰ বাবে বিজ্ঞপ্তি জাৰি কৰিছিল।

ইউ এছ চেন্টাৰ ফৰ ডিজিছ কন্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)এ কৈছে যে প্ৰত্যক্ষ সংস্পৰ্শ বা স্পৰ্শৰ দ্বাৰাহে ইয়াৰ সংক্ৰমণৰ সম্ভাৱনা অধিক। অৰ্থাৎ মানুহৰ পৰা মানুহলৈ ই বিয়পিব পাৰে!

ব্ৰিটিছ মিডিয়াই WHO ৰ উদ্ধৃতি দি বাতৰি পৰিৱেশন কৰিছে যে নোট তথা মুদ্ৰা আদান প্ৰদান কৰাটো বিপদজনকো হ’ব পাৰে! যিমান দূৰ সম্ভৱ কন্টেকলেছ পেমন্ট কৰিবলৈ WHO এ পৰামৰ্শ দিছে বুলি ব্ৰিটিছ সংবাদ মাধ্যমত প্ৰকাশ।

উল্লেখ্য যে, চাবোনেৰে হাত ধুই ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাটোৱেই হৈছে সৰ্বোত্তম পন্থা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd