• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউএপিএৰ অধীনত গেংষ্টাৰ সতৱিন্দৰ সিঙক সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 2, 2024 3:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাস্থিত বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ অপাৰেটিভ তথা গেংষ্টাৰ সতৱিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰক সোমবাৰে সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত গোল্ডি ব্ৰাৰক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে।

গেংষ্টাৰ লৰেন্স বিছনয়ৰ ঘনিষ্ঠ সহযোগী গোল্ডি ব্ৰাৰে ২০১৭ চনত ছাত্ৰ ভিছা লৈ কানাডালৈ গৈছিল আৰু তেতিয়াৰ পৰাই তাৰ পৰা নিজৰ অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছে। 

Apply Now

গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে পঞ্জাৱত ধন দাবীৰ লগতে ড্ৰ’নৰ জৰিয়তে উচ্চমানৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ অভিযোগ উত্থাপন হৈছে। 

২০২২ চনত ভাৰতীয় জনপ্ৰিয় সংগীতজ্ঞ সিন্ধু মুছ ৱালাৰ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত আছিল গোল্ডি ব্ৰাৰ। বিকেআইৰ অপাৰেটিভ লখবীৰ সিং ওৰফে লাণ্ডাৰ সৈতেও সম্পৰ্ক আছে গোল্ডি ব্ৰাৰৰ ।

বৰ্তমান কানাডাৰ ব্ৰেম্পটনত বাস কৰা গোল্ডি ব্ৰাৰৰ ঘৰ পঞ্জাৱৰ মুক্তিছাৰ চাহাব চহৰ। ২০১৯ চনত ইউএপিএ সংশোধন কৰাৰ পিছত ইউএপিএৰ অধীনত নিষিদ্ধ ঘোষ ণা হোৱা ৫৬ সংখ্যক ব্যক্তিগত সন্ত্ৰাসবাদী গোল্ডি ব্ৰাৰ।

কেন্দ্ৰই এক আনুষ্ঠানিক অধিসূচনাযোগে জনোৱা মতে, ১১.০৪.১৯৯৪ তাৰিখে জন্মগ্ৰহণ কৰা শ্বমশ্বেৰ সিং আৰু প্ৰীতপাল কৌৰৰ পুত্ৰ সতৱিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰ বৰ্তমান কানাডাৰ খালিস্তান সমৰ্থক সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছাৰ সৈতে জড়িত।

প্ৰতিবেদন অনুসৰি ব্ৰাৰ বহু হত্যাৰ সৈতে জড়িত। ড্ৰ’নৰ জৰিয়তে সীমান্তৰ সিপাৰে উচ্চমানৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰি তেওঁৰ হিংসাত্মক কাৰ্য্যত যোগান ধৰাৰ সৈতে জড়িত হৈ আছে গোল্ডি ব্ৰাৰ।

ব্ৰাৰে ২০২২ চনত পঞ্জাৱৰ মানছাত সিদ্ধু মুছ ৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল। মুছ ৱালা হত্যাকাণ্ডৰ আঁৰৰ মগজু ব্ৰাৰ আছিল বুলি দাখিল কৰা ১৮৫০ পৃষ্ঠাৰ অভিযোগনামাত প্ৰকাশ পাইছে।

আৰক্ষীয়ে জনোৱা মতে, ফৰিদকোট যুৱ কংগ্ৰেছৰ নেতা গুৰলাল সিং ভূল্লাৰ ওৰফে পেহলৱানক হত্যা কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd