DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰীষ্ম প্ৰবাহৰ পাৰ্শ্বক্ৰিয়া: কানাডাত বনজুয়ে কাঢ়িলে ৫০০ জনৰো অধিক লোকৰ প্ৰাণ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2021 8:03 pm
can
177
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পৰিণতিত কানাডাত বিগত কিছুদিন ধৰি জ্বলি থকা বিধ্বংসী বনজুইয়ে আৰু অধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

এতিয়াও নিৰ্বাপিত হোৱা নাই এই বিধ্বংসী বনজুই।

বিগত এসপ্তাহ ধৰি জ্বলি থকা কানাডাৰ এই বনজুইত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০০ জনলৈ বৃদ্ধি হৈছে।

এই বনজুইত পশ্চিম কানাডাৰ সমতল আৰু পাহাৰসহ ২.৫ মিলিয়ন একৰ সেউজ বনভূমি জাহ গৈছে। ৩ হাজাৰৰো অধিক ঘৰ ভস্মীভূত হৈছে এই বনজুইত।

প্ৰতি দিনে প্ৰায় ২৫ বৰ্গ মাইলকৈ সেউজ বনভূমি জ্বলি ছাই হৈছে এই বনজুইত।

ইতিমধ্যে লক্ষাধিক অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

বহু বন্য জীৱ-জন্তু এই বনজুইত জাহ গৈছে। বন্য প্ৰাণীৰ উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে স্থানীয় প্ৰশাসনে।

বনজুই নিৰ্বাপন কৰিবলৈ কেইবা হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক, হেলিকপ্টাৰ আৰু এয়াৰক্ৰাফ্ট নিয়োজিত কৰা হৈছে যদিও জুই নিয়ন্ত্ৰণলৈ অহা নাই। বৰং নতুন নতুন ঠাইলৈ বিয়পি গৈছে বনজুই।

কানাডাত হঠাতে তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলতে বনজুইৰ সূত্ৰপাত ঘটা বুলি ধাৰণা কৰা হৈছে।

ভাংকুভাৰ আৰু লিটন চহৰ এতিয়া জনশূন্য হৈ পৰিছে।

কানাডাৰ চৰকাৰে বনজুই আক্ৰান্ত অঞ্চলত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী বন্ধ কৰি দিয়াৰ লগতে বিদ্যালয় আদিও বন্ধ ঘোষণা কৰিছে।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd