DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দীপিকা পাডুকনৰ সহ-অভিনেতা এইগৰাকী পপ তাৰকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2021 7:53 am
cris u arrested
508
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণৰ অভিযোগত চীনত গ্ৰেপ্তাৰ কৰা হৈছে পপ তাৰকা তথা অভিনেতা ক্ৰিছ উক। বলীউদৰ তাৰকা অভিনেত্ৰী দীপিকা পাডুকনৰ এগৰাকী সহ-অভিনেতা হিচাপে অভিনয় কৰিছিল ক্ৰিছে।

‘ট্ৰিপলএক্স: ৰিটাৰ্ণ অফ জেণ্ডাৰ কেজ’ নামৰ হসিউদৰ এখন ছবিত দীপিকাৰ সহ-অভিনেতা আছিল ক্ৰিছ উ।

শনিবাৰে মাজ নিশা চীনৰ ৰাজধানী বেইজিঙৰ চাওইয়াং জিলা আৰক্ষীৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা সদৰী কৰা হৈছে।

বাতৰি অনুসৰি, ৩০ বছৰীয়া এই অভিনেতাগৰাকী বৰ্তমান কানাডাৰ নাগৰিক। ক্ৰিছৰ বিৰুদ্ধে কম বয়সীয়া যুৱতীক প্ৰলোভনেৰে ফচাই শাৰীৰিক সম্পৰ্ক তথা প্ৰতাৰণা কৰাৰ অভিযোগ আছে।

জন্মসূত্ৰে চীনৰ বাসিন্দা পপ তাৰকা ক্ৰিছৰ বৰ্তমান কানাডাৰ পাছপ’ৰ্ট আছে। যোৱা জুলাই মাহত চীনৰ এগৰাকী যুৱতীয়ে পপ তাৰকাগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অবিযোগ আনিছিল।

যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ বলপূৰ্বক মদ্যপান কৰাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ক্ৰিছে।

ঘটনাৰ বলি যুৱতীগৰাকীয়ে দাবী কৰা মতে তেওঁক মিউজিক ভিডিঅ’ত কাম দিয়াৰ প্ৰলোভনেৰে পপ তাৰকাগৰাকীয়ে মাতি পঠিয়াইছিল।

অভিনেতাগৰাকীৰ বিৰুদ্ধে এইদৰে অনলাইনত বন্ধুত্ব স্থাপন কৰি যুৱতীসকলক ফচাই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

Recent News

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd