• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত কম বয়সীয়া লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2024 4:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত মধ্যবয়সীয়া লোকসকলৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগৰ ঘটনা। শেহতীয়াকৈ কৰা এক জৰীপত পোহৰলৈ আহিছে এই তথ্য। প্ৰতিবেদনঅনুসৰি, ভাৰতত কমেও ২০ শতাংশ কৰ্কট ৰোগী হৈছে ৪০ বছৰ বা তাতকৈ কম বয়সৰ।

দিল্লীস্থিত অলাভজনক কৰ্কট মুক্ত ভাৰত ফাউণ্ডেচনৰ জৰীপ প্ৰতিবেদন অনুসৰি, ৪০ বছৰ বা তাতকৈ কম বয়সৰ ৬০ শতাংশ কৰ্কট ৰোগী পুৰুষ আৰু ৪০ শতাংশ হৈছে মহিলা।

Apply Now

তথ্য অনুসৰি মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগীৰ হাৰ ২৬ শতাংশ। গেষ্ট্ৰোইনটেষ্টিনেল কৰ্কটৰোগৰ (অন্ত্ৰ, পাকস্থলী আৰু যকৃত) ঘটনাৰ হাৰ হৈছে ১৬ শতাংশ। স্তন কৰ্কটৰোগৰ হাৰ ১৫ শতাংশ আৰু ৰক্ত কৰ্কটৰোগৰ হাৰ ৯ শতাংশ।
কৰ্কট মুক্ত ভাৰত ফাউণ্ডেশ্যনত অধ্যয়নটোৰ নেতৃত্ব দিয়া জ্যেষ্ঠ অংকলজিষ্ট ডাঃ আশীষ গুপ্তাই কয় যে কৰ্কট ৰোগবৃদ্ধিৰ মুখ্য কাৰণ হৈছে ভাৰতীয় যুৱক-যুৱতীসকলৰ নিম্ন মানদণ্ডৰ জীৱন।

এক বিবৃতিত তেওঁ কয়, “আমাৰ দেশৰ যুৱপ্ৰজন্মৰ খাদ্যাভ্যাস ভাল নহয়। বিশেষকৈ অতি-সংসাধিত খাদ্যাভ্যাস, দীৰ্ঘদিন ধৰি এক প্ৰকাৰে বহি থকাৰ অভ্যাসৰ বাবে কৰ্কট ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু ধপাত আৰু ড্ৰাগছৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থাকিব লাগিব। তেতিয়াহে কৰ্কট ৰোগৰ ঘটনা হ্ৰাস কৰিব পৰা যাব।”

অধ্যয়নটোত এইটোও কোৱা হৈছে যে ভাৰতত ধৰা পৰা ২৭ শতাংশ কৰ্কট ৰোগ ১ম বা ২য় পৰ্যায়ত ধৰা পৰে। ৩য় বা ৪ৰ্থ পৰ্যায়ত ৬৬ % কৰ্কট ৰোগ ধৰা পৰে। অধ্যয়ন অনুসৰি, দুই-তৃতীয়াংশ কৰ্কট ৰোগ অতি পলমকৈ ধৰা পৰে। ডাঃ আশীষ গুপ্তাই কয় যে সঠিক পৰীক্ষা পদ্ধতিৰ অভাৱৰ বাবে, ৰোগটো নিৰ্ণয় কৰাত যথেষ্ট পলম হয়।

এই অধ্যয়নটো সমগ্ৰ দেশতে এই বছৰৰ ১ ৰ পৰা ১৫ মাৰ্চৰ ভিতৰত ১৩৬৮ জন কৰ্কট ৰোগীৰ ওপৰত কৰা হৈছিল। সকলো ৰোগীয়ে সহায়ৰ বাবে ‘কৰ্কট মুক্ত ভাৰত ফাউণ্ডেচন’ৰ হেল্পলাইনত ফোন কৰিছিল। এই জৰীপটো তেওঁলোকৰ মাজৰ পৰা তথ্য সংগ্ৰহ কৰি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd