• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃগাঁথনি উন্নয়নমূলক কামৰ বাবে কেইখনমান ৰে’লৰ সেৱা বাতিল আৰু পথ পৰিৱৰ্তন কৰা হৈছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 9:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব ৰে’লৱেৰ গোৰখপুৰ কেণ্টয়াৰ্ড পুনৰ নিৰ্মাণৰ বাবে আৰু গোৰখপুৰ কেণ্ট আৰু কুচমহী ষ্টেচনৰ মাজত তৃতীয় লাইনৰ কমিছনিঙৰ বাবে নন-ইণ্টাৰ লকিং কামৰ পৰিপ্ৰেক্ষিতত সেই খণ্ডৰ মাজেৰে যোৱা উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইখনমান ৰে’ল তলত উল্লেখ কৰা অনুসৰি বাতিলকৰণ বা পথ পৰিৱৰ্তন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে।

ৰে’ল সেৱাৰ বাতিলকৰণ:

১। ০৭ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৬২১ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ আৰু ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।

২। ০৭ আৰু ১১ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৭০৫ (কাটিহাৰ- দিল্লী) এক্সপ্ৰেছ আৰু ০৮ আৰু ১২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৭০৬ (দিল্লী- কাটিহাৰ) এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।

Apply Now

৩। ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৫৪ (জম্মু তৱী – গুৱাহাটী) এক্সপ্ৰেছ আৰু ৰে’ল নং০৪৬৫৩ (নিউ জলপাইগুড়ী-অমৃতসৰ জংচন) বিশেষ ৰে’লখন বাতিল কৰা হৈছে।

৪। ০৯ আৰু ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৭০৭ (কাটিহাৰ- অমৃতসৰ) এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৭০৮ (অমৃতসৰ – কাটিহাৰ) এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।

৫। ০৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ জংচন) বিশেষ আৰু ১১ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.০৫৭৩৩ (অমৃতসৰ জংচন- কাটিহাৰ) বিশেষ ৰে’লখন বাতিল কৰা হৈছে।

৬। ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৬৫৫ (কামাখ্যা – শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা) এক্সপ্ৰেছ আৰু ৰে’ল নং ০৫৬১৬ (গুৱাহাটী- উদয়পুৰ চিটি) বিশেষ ৰে’লখন বাতিল কৰা হৈছে।

৭। ১১ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫০৭৮ (গোমতী নগৰ – কামাখ্যা) এক্সপ্ৰেছ; ১২ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫০৭৭ (কামাখ্যা – গোমতী নগৰ) এক্সপ্ৰেছ আৰু ১৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৬১৫ (উদয়পুৰ চিটি – গুৱাহাটী) ৰে’লখন বাতিল কৰা হৈছে।

ৰে’ল সেৱাৰ পথ পৰিৱৰ্তন:

১। ০৬ পৰা ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখলৈকে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭০৭ (কাটিহাৰ জংচন – অমৃতসৰ জংচন) এক্সপ্ৰেছ ৰে’লখন ছাপ্ৰা জংচন, গাজীপুৰ চিটি, বাৰাণসী জংচন, বেনাৰস, প্ৰয়াগৰাজ জংচন আৰু কানপুৰ চেন্ট্ৰেল হৈ পথ পৰিৱৰ্তন কৰি চলিব।

২। ০৬ পৰা ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখলৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭০৮ (অমৃতসৰ জংচন – কাটিহাৰ জংচন) এক্সপ্ৰেছ ৰে’লখন কানপুৰ চেন্ট্ৰেল, প্ৰয়াগৰাজ জংচন, বেনাৰস, বাৰাণসী জংচন, গাজীপুৰ চিটি আৰু ছাপ্ৰা জংচন হৈ পথ পৰিৱৰ্তন কৰি চলিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd