• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীতৰ বতৰত ঘন কুঁৱলীৰ পৰিপ্ৰেক্ষিতত ৰে’ল সেৱাৰ বাতিলকৰণৰ লগতে চলাচলত ফ্ৰীকুৱেন্সী হ্ৰাস কৰা হৈছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2024 8:37 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক কুঁৱলীময় বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালন দক্ষতা নিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰে’ল সেৱাৰ বাতিলকৰণ আৰু চলাচলৰ ফ্ৰীকুৱেন্সী হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিক এই কথা প্ৰকাশ কৰা হৈছে।

শীতৰ মাহবোৰত কুঁৱলীময় বতৰৰ ফলত প্ৰায়ে দৃশ্যমানতা হ্ৰাস হৈ পৰে, যাৰ ফলত ৰে’ল চলাচলৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হয়, পৰিণামস্বৰূপে গতিবেগৰ সীমাবদ্ধতা প্ৰয়োগ আৰু সুৰক্ষাৰ দিশত হব পৰা বিপদাশংকাৰ বাবে ৰে’ল চলাচলতপলম হয়।

Apply Now

এই প্ৰত্যাহ্বানসমূহ লাঘৱ কৰাৰ অৰ্থে আৰু সুৰক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ ৰে’লৱেই নিম্ন অনুসাৰে নিম্নলিখিত ৰে’লসমূহ নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে:

ৰে‘ল সেৱাৰ বাতিলকৰণ:    

১। ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড়) এক্সপ্ৰেছ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।

২। ৰে’ল নং ১৫৯০৪ (চণ্ডীগড় – ডিব্ৰুগড়) এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ০২মাৰ্চ, ২০২৫লৈকে বাতিল থাকিব।

৩। ৰে’ল  নং ১৫৬২০ (কামাখ্যা – গয়া) এক্সপ্ৰেছ প্ৰতি সোমবাৰে ২৪ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

৪। ৰে’ল  নং ১৫৬১৯ (গয়া – কামাখ্যা) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

৫। ৰে’ল  নং ১৫৬২১ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ প্ৰতি বৃহস্পতিবাৰে ২৭ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

৬। ৰে’ল  নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) এক্সপ্ৰেছ প্ৰতি শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

ৰে‘ল  সেৱাৰ ফ্ৰীকুৱেন্সী হ্ৰাস:

১। প্ৰতি দেওবাৰ আৰু বুধবাৰে ০৮জানুৱাৰী, ২০২৫লৈকে ৰে’ল  নং ১২৫০৫ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) নৰ্থ ইষ্ট এক্সপ্ৰেছ বাতিল থাকিব। একেদৰে, প্ৰতি মঙলবাৰে আৰু শুক্ৰবাৰে ১০ জানুৱাৰী, ২০২৫লৈকে ৰে’ল  নং. ১২৫০৬ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) নৰ্থইষ্ট এক্সপ্ৰেছ বাতিল থাকিব।

২। ৰে’ল  নং ১৫৪৮৩ (আলিপুৰদুৱাৰ – দিল্লী) ছিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু শনিবাৰে ০৮জানুৱাৰী, ২০২৫লৈকে বাতিল থাকিব। একেদৰে, প্ৰতি শুক্ৰবাৰে আৰু সোমবাৰে ১০জানুৱাৰী, ২০২৫লৈকে ৰেল নং ১৫৪৮৪ (দিল্লী – আলিপুৰদুৱাৰ) ছিকিম মহানন্দ এক্সপ্ৰেছ বাতিল থাকিব।

৩। ৰে’ল  নং ১২৫২৩ (নিউ জলপাইগুড়ী – নিউ দিল্লী) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব। একেদৰে, প্ৰতি বুধবাৰে ২৬ফেব্ৰুৱাৰী, ২০২৫লৈকে ৰে’ল নং ১২৫২৪ (নিউ দিল্লী– নিউ জলপাইগুড়ী) এক্সপ্ৰেছ বাতিল থাকিব।

৪। ৰে’ল  নং ১৫৯০৯ (ডিব্ৰুগড় – লালগড় জংচন) অৱধ অসম এক্সপ্ৰেছ প্ৰতি শনিবাৰে ২২ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল হৈ থাকিব। একেদৰে, ৰে’ল  নং. ১৫৯১০ (লালগড় জংচন – ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd