DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিলাসীপাৰাৰ চান্দৰডিঙাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, সৰবৰাহকাৰী পলাতক 

তিলক প্ৰসাদ by তিলক প্ৰসাদ
June 5, 2021 5:53 pm
ccp
232
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা মহকুমাৰ শালকোছা আৰক্ষী চকী এলাকাধীন হাতীপোতা গাওঁ পঞ্চায়তৰ চান্দৰ ডিঙা এলেকাত শালকোছা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ।

ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত চান্দৰ ডিঙা গাওঁৰ বাসিন্দা জামাত আলীৰ ঘৰৰ পৰা এই গাঞ্জা খিনি উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ কৰা গাঞ্জা খিনিৰ পৰিমাণ প্ৰায় পাঁচ কিলোগ্ৰাম হ’ব বুলি জানিব পৰা গৈছে ।
দীৰ্ঘদিন ধৰি অঞ্চলটোত জামাত আলীয়ে গাঞ্জাৰ ব্যৱসায় ৰমৰমীয়া বেহা চলাই আহিছে ।

এই অঞ্চলৰ উপৰি জামাতে ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা চুনাৰি ,লক্ষীপুৰ তথা গোৱালপাৰা জিলাৰ অন্যান্য অঞ্চলতো এই গাঞ্জাঁ সৰবৰাহ কৰি আছিল বুলি সন্দেহ কৰা হৈছে ।
আৰক্ষীৰ অভিযানৰ উমান পাই জামাত আলি পলাই গৈছে । এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস আৰু আৰক্ষী বিষয়া প্ৰিয়ব্ৰত শৰ্মাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

ইপিনে চাপৰ আৰক্ষীয়ে ড্ৰাগছ আৰু নিচা জাতীয় টেবলেট , কাফ্ ছিৰাপ আদিৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে বুলি চাপৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই প্ৰকাশ কৰিছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd