• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰ খেৰী হত্যাকাণ্ড সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ ভৎসনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2021 4:03 pm
SC on Pegasus snooping row
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশ চৰকাৰক আজি লখিমপুৰ খেৰীত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত তীব্ৰ ভৎসনা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

উত্তৰ প্ৰদেশ চৰকাৰক সকলো সাক্ষীৰ বিবৃতি সুৰক্ষিত আৰু লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দি উচ্চতম ন্যায়ালয়ে লগতে কয়, “খেৰী ঘটনাক এটা অন্তহীন কাহিনীৰ ৰূপ দিব নালাগে।”

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে ৩ অক্টোবৰত এক প্ৰতিবাদৰ সময়ত চাৰিজন কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগ আছে।

উচ্চতম ন্যায়ালয়ে গোচৰটোত উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাৰত অসন্তুষ্টি প্ৰকাশ কৰাৰ তিনিদিন পিছত ১১ অক্টোবৰত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

Apply Now

উচ্চতম ন্যায়ালয়ে যোগী আদিত্যনাথ চৰকাৰক খেৰীৰ আঠজন লোকৰ হত্যাৰ ঘটনাটোত কিমানজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশ চৰকাৰে ইয়াৰ প্ৰতিবেদন পলমকৈ দাখিল কৰাত আদালতে আজি অসন্তুষ্টি প্ৰকাশ কৰে।

“আমি যোৱা নিশা পুৱা ১ বজালৈকে অপেক্ষা কৰিছিলো যে আমি প্ৰতিবেদন লাভ কৰিম।” ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰি থকা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেক কয়।

শ্ৰীযুত চালভে প্ৰতিবেদনখন মঙ্গলবাৰে এটা বন্ধ আৱৰণত দাখিল কৰা হৈছিল বুলি মন্তব্য কৰাৰ পিছত মুখ্য ন্যায়াধীশে প্ৰত্যুত্তৰ দিয়ে যে, “যদি শেষ মুহূৰ্তত দাখিল কৰা হয় তেন্তে আমি ইয়াক কেনেকৈ পঢ়িব পাৰোঁ? অন্ততঃ এদিন আগতে দাখিল কৰা প্ৰয়োজন।”

উত্তৰ প্ৰদেশ চৰকাৰে গোচৰটোৰ সন্দৰ্ভত কিয় অধিক সাক্ষীক সোধা-পোছা কৰা হোৱা নাই বুলিও প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।

“এতিয়ালৈকে ৪৪ জনৰ ভিতৰত মাত্ৰ চাৰিজন সাক্ষীৰ ভাষ্য লিপিবদ্ধ কৰিছে। অধিক সাক্ষীৰ ভাষ্য কিয় লোৱা হোৱা নাই?” – মুখ্য ন্যায়াধীশ ৰমনাই প্ৰশ্ন কৰে।

গোচৰটোৰ সন্দৰ্ভত কিমানজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কি কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই সম্পৰ্কেও উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।

লগতে আদালতে ৰাজ্য চৰকাৰক সাক্ষীসকলক সুৰক্ষা দিবলৈ আৰু তেওঁলোকৰ অধিক প্ৰশ্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ হিমা কোহলীয়ে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে গোচৰটোৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়া নাই যেন পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে অমনোযোগী আচৰণ ত্যাগ কৰিব লাগে বুলিও ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে।

৮ অক্টোবৰত হোৱা এক শুনানিত মুখ্য ন্যায়াধীশ ৰমনা আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

উল্লেখ্য যে উক্ত শুনানিৰ দিনাই আশীষ মিশ্ৰাই আৰক্ষীৰ চমন এৰাই গৈছিল।

মুখ্য ন্যায়াধীশে ৰমনাই কৈছিল যে, “আমি এতিয়ালৈকে উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্ট নহয়। আমি দায়িত্বশীল চৰকাৰ আৰু আৰক্ষী আশা কৰোঁ। অভিযোগবোৰ অতি গুৰুতৰ। বন্দুকৰ গুলীত আঘাত পোৱাৰ অভিযোগো উত্থাপন হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd