• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিবা-নৈশ টেষ্ট আৰু লৰ্ডছ টেষ্টৰ মাজত তুলনা অসম্ভৱ : ঈশান্ত শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 16, 2020 7:49 am

1 min read

Ishant-exults-770x433
2.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বেগী বলাৰ ঈশান্ত শৰ্মাই ২০১৪ত লৰ্ডছত ৭টা উইকেট দখল কৰা আৰু ২০১৯ৰ নবেম্বৰত খেলা দিবা-নৈশ টেষ্ট মেচখনৰ তুলনা নহয় বুলি মন্তব্য কৰিছে।

ঈশান্তে ২০১৪ৰ লৰ্ডছ টেষ্টত সাতটা উইকেট দখল কৰাৰ বিপৰীতে যোৱা বছৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে খেলা দিবা-নৈশ টেষ্টখনতো পাঁচটা উইকেট দখল কৰিছিল।

সুদীৰ্ঘ ১২ বছৰৰ মূৰত ঘৰৰ মাটিত পাঁচটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ঈশান্ত।

আই পি এলত দিল্লী ডেয়াৰ ডেভিলছৰ হৈ চুক্তিবদ্ধ হৈ আছে ঈশান্ত শৰ্মা। দিল্লীৰ দলে এটা ভিডিঅ’ প’ষ্ট শ্বেয়াৰ কৰিছে য’ত ঈশান্তে কয়, ‍‘দুয়োখন টেষ্ট মেচ মোৰ বাবে চিৰস্মৰণীয়। লৰ্ডছত দখল কৰা সাতটা উইকেট নিশ্চিত ৰূপত এঠা এনে মুহূৰ্ত, যিটো মই পাহৰিব নোৱাৰো’।

তেও লগতে কয়, ‍‘গোলপীয়া বলেৰে লোৱা পাঁচটা উইকেটো মোৰ বাবে স্মৰণীয় কিয়নো ১২ বচছৰৰ মূৰত মই ঘৰৰ মাটিত পাঁচটা উইকেট লাভ কৰিছিলো’।

উল্লেখ্য যে ঈশান্তৰ বিধ্বংসী বলিঙৰ বাবেই ২০১৪ৰ লৰ্ডছ টেষ্টত ভাৰতে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল। লৰ্ডছত এয়া আছিল ২৮ বছৰৰ মূৰত জয়।

ইফালে যোৱা বছৰ ভাৰতে প্ৰথমবাৰৰ বাবে অংশ লোৱা দিবা-নৈশ টেষ্টত ঈশান্তে ২২ ৰান খৰচ কৰি পাঁচটা উইকেট লাভ কৰিছিল। ইয়াৰ পূৰ্বে ঘৰৰ মাটিত পাঁচটা উইকেট দখল কৰিছিল ২০০৭ চনত।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd