• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰাতি টোপনি নাহে নেকি? ঔষধ খোৱাৰ সলনি মানি চলক এইকেইটা নিয়ম

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 28, 2024 9:39 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি হয়তো নাজানে টোপনিৰ অভাৱত স্বাস্থ্যৰ কিমান ক্ষতি হ’ব পাৰে! চিকিৎসকে কয় যে গড়ে প্ৰতিজন ব্যক্তিক সাত ঘন্টা টোপনিৰ প্ৰয়োজন। কোনোবাই আঠ ঘণ্টা সময় টোপনি মাৰে, কোনোবাই চাৰি-পাঁচ ঘণ্টা সময় টোপনি মাৰে।

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ বিশেষজ্ঞ এৰিক ঝৌৱে কয় যে টোপনি কিমান সময় মাৰিছে তাতকৈ কিমান গভীৰ টোপনি মাৰিছে সেয়াহে বেছি গুৰুত্বপূৰ্ণ।

Apply Now

টোপনিৰ ভিন্নতা থাকে। কোনোবাই গভীৰ টোপনি যায়। কাৰোবাৰ আকৌ টোপনি পাতল। বহুতেই ৰাতি কেইবাবাৰো উঠিব লগা হয়।

“যদি আপুনি পুৱা সাৰ পাই সতেজ অনুভৱ কৰে তেন্তে পাঁচ ঘণ্টা শোলেও আপুনি নিশ্চয় ভাল টোপনি মাৰিছে।

ভাল টোপনিৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে। বিশেষকৈ যিসকলৰ হৃদযন্ত্ৰৰ সমস্যা, ডায়েবেটিছ, ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়।

আনকি মানসিক চাপ, হতাশা, উদ্বেগ আদি সমস্যাবোৰো ভাল টোপনিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰায়ে দেখা যায় যে মানসিক চাপত ভুগি থকা লোকসকলৰ টোপনিৰ সমস্যা হয়।

তদুপৰি ৰাতি ভালদৰে টোপনি নাহিলে দিনত মানুহ কৰ্মঠ হৈ নাথাকে। যাৰ ফলত কৰ্মস্থলীত তেওঁলোক আলস্ত হৈ পৰে।

টোপনিৰ আঁৰত মেলাটনিন নামৰ এটা হৰম’নৰ বিশেষ ভূমিকা আছে। চিকিৎসকৰ মতে, সাধাৰণতে চৌপাশ আন্ধাৰ হ’লে মগজুৱে এই হৰম’ন নিৰ্গত কৰে। ফলত টোপনি আহে।  বয়সৰ লগে লগে এই হৰম’ন ক্ৰমান্বয়ে কমি যায়। সেইবাবেই দেখা যায় যে তুলনামূলকভাৱে বয়সীয়াল লোকে ৰাতিপুৱা সোনকালে সাৰ পায়। কিন্তু ডেকাবোৰে দুপৰীয়ালৈকে শুই থাকে।

ভাল টোপনি নহ’লে উপায় কি?

প্ৰথমতে দিনৰ ভাগত শুব নালাগে। আমাৰ বহুতৰে দুপৰীয়া আহাৰ খাই শোৱাৰ অভ্যাস আছে। কিন্তু ঘৰতেই হওক বা অফিচতেই হওক, দুপৰীয়া আধা ঘন্টাতকৈ বেছি টোপনি মাৰিব নালাগে।

লগতে ৰাতি নিয়মীয়াকৈ টোপনিৰ সময় বজাই ৰাখিব লাগে। ঘড়ী অনুসৰি নিৰ্দিষ্ট সময়ত লাইট বন্ধ কৰাৰ অভ্যাস গঢ়ি তুলিলে টোপনিৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰে। তদুপৰি শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰিব লাগে।

জিমত ৱৰ্কআউট কৰাটোও ভাল টোপনিৰ বাবে অতি ফলপ্ৰসূ। অন্যথা দৈনিক খোজকঢ়া, খেলাধূলা আদিও কৰিব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd