• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰত অৱস্থিত বৰ্ষাৰণ্যৰ পৰা হেৰাই যাব ধৰিছে বিৰল টুপিমুৰিয়া বান্দৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2026 7:55 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকাৰ খণ্ডিত হৈ পৰা বৰ্ষাৰণ্যসমূহৰ পৰা বিপন্ন প্ৰজাতিৰ টুপিমুৰিয়া বান্দৰ বা কেপড লেংগুৰ দ্ৰুতগতিত নোহোৱা হৈ পৰিছে। শেহতীয়াকৈ জাৰ্নেল অৱ এছিয়া-পেচিফিক বায়’ডাইভাৰচিটিত প্ৰকাশ পোৱা এক গৱেষণা পত্ৰত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। গৱেষকসকলে চলোৱা এক বিস্তৃত জৰীপত দেখা গৈছে যে অঞ্চলটোৰ যিবোৰ বনাঞ্চল এসময়ত এই বান্দৰবোৰৰ বিচৰণস্থলী আছিল, এতিয়া সেইবোৰৰ পৰা ইহঁত চিৰদিনৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছে।

গৱেষক নীহৰিকা গগৈ, সম্ৰাট সেনগুপ্ত, বিজয় বাছফোৰ আৰু নাৰায়ণ শৰ্মাই কৰা এই অধ্যয়নৰ বাবে ২০১৯ চনৰ পৰা ২০২০ চনৰ ভিতৰত উপত্যকাটোৰ নিম্নভূমিৰ ৪০টা বনাঞ্চলত জৰীপ চলোৱা হৈছিল। ইয়াৰে মাত্ৰ ১১টা বনাঞ্চলতহে বৰ্তমান এই লেংগুৰৰ উপস্থিতি ধৰা পৰিছে। পূৰ্বে এই প্ৰজাতিটো বাস কৰা বুলি জনাজাত সাতটাকৈ বনাঞ্চলত এইবাৰ এটাও টুপিমুৰিয়া বান্দৰ দেখিবলৈ পোৱা নগ’ল। গৱেষকসকলে জৰীপৰ সময়ত মাত্ৰ ৮২ জন এনে বান্দৰহে বিচাৰি পাইছে, যিয়ে স্থানীয়ভাৱে এই প্ৰজাতিটো বিলুপ্তি হোৱাৰ ইংগিত বহন কৰিছে।

Apply Now

অধ্যয়নটোত উল্লেখ কৰা অনুসৰি, এসময়ত সংলগ্ন হৈ থকা বৃহৎ অৰণ্যসমূহ এতিয়া কৃষি কাৰ্য, চাহ বাগিচাৰ সম্প্ৰসাৰণ আৰু মানুহৰ বসতি স্থাপনৰ বাবে সৰু সৰু খণ্ডত বিভক্ত হৈ পৰিছে। এনেদৰে বাসস্থান ধ্বংস হোৱাৰ ফলত ইহঁতৰ খাদ্যৰ নাটনি ঘটিছে। যিবোৰ বনাঞ্চলত থলুৱা ফল-মূল আৰু গছৰ পাতৰ বৈচিত্ৰ্য বেছি, কেৱল তেনে ঠাইতহে এই বান্দৰবোৰ জীয়াই থকাটো সম্ভৱ হৈছে। অৱক্ষয় ঘটা বনাঞ্চলবোৰত খাদ্যৰ অভাৱ হোৱাৰ বাবেই ইহঁতৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।

অৰণ্যৰ পৰিসৰ কমি অহাৰ বাবে কিছুমান অঞ্চলত টুপিমুৰিয়া বান্দৰে মানুহৰ বাসস্থানৰ ওচৰত খাদ্য বিচাৰি ফুৰিবলগীয়া হৈছে। ইয়াৰ ফলত এই কপিকুলে বিদ্যুৎস্পৃষ্ট হোৱা, পথ দুৰ্ঘটনাৰ বলি হোৱা আৰু কুকুৰৰ আক্ৰমণৰ দৰে নতুন নতুন বিপদৰ সন্মুখীন হৈছে। গৱেষকসকলে সতৰ্ক কৰি দিছে যে যদিহে অতি সোনকালে অৱক্ষয় হোৱা বনাঞ্চলসমূহ পুনৰুদ্ধাৰ কৰা নহয় আৰু বিচ্ছিন্ন হৈ থকা অৰণ্যসমূহক একত্ৰিত কৰিবলৈ বিশেষ ব্যৱস্থা লোৱা নহয়, তেন্তে অসমৰ পৰা এই আপুৰুগীয়া প্ৰজাতিটো সম্পূৰ্ণৰূপে হেৰাই যাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd