DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-ভূটান সীমান্তৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ দেউশ্ৰীত এজনী হাতী গুলীয়াই হত্যা

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
September 3, 2020 6:38 am
index
357
VIEWS
Share on FacebookShare on Twitter

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত এজনী বনৰীয়া হাতী হত্যা কৰিছে দুস্কৃতিকাৰীয়ে।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৪০ বছৰীয়া নিহত বনৰীয়া হাতীজনীৰ গাত গুলিবিদ্ধ হোৱাৰ চিন স্পষ্ট হোৱাৰ লগতে ওচৰত উদ্ধাৰ হৈছে দুটাকৈ গুলীৰ খালী কাৰ্টুজ।

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে যোৱা নিশাই সংঘটিত হোৱা এই হাতী হত্যাত তথ্য পোহৰলৈ আহে কালি দুপৰীয়াৰ ভাগত।

তাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত গৈ উপস্থিত হয়।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীজনীৰ মৰণোত্তৰ পৰিক্ষা কৰে।

মৃত হাতীজনীৰ শৱদেহ নিশাই সৎকাৰৰ ব্যৱস্থা কৰে বন বিভাগে। বন বিভাগৰ লোকে বনৰীয়া হাতীজনীক কোনে কিয় হত্যা কৰিলে এই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে কৰিব লাগিব যে কুছুদিন পুৰ্বে বন বিভাগ আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই চাৰিটা হাতী দাঁতৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

এই হাজীজনীক হত্যা কৰাৰ পিছতে স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে যে হাতীদাঁতৰ ব্যৱসায়ৰ লগতে হাতীৰ অন্য অংগৰো ব্যৱসায়ো হয় নেকি?

সেই বিষয়েও বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতী হত্যাৰ বিষয়টো বন বিভাগৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চাঞ্চল্যৰ সৃষ্টী কৰিছে।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd