• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসাৱধানতা! এটা ভুৱা ফোনকলৰ বাবেই ২০ কোটি টকা হেৰুৱালে ভাৰতীয় মহিলাই…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2025 8:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বতকৈ দেশত অনলাইন কেলেংকাৰী অধিক বৃদ্ধি পাইছে। অনলাইন মাধ্যমত কেইবাটাও ঘটনাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতো কেইবাজনো লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। এতিয়া শেহতীয়া এটা ঘটনাত দক্ষিণ মুম্বাইৰ এগৰাকী ৮৬ বছৰীয়া মহিলাই নিজৰ সঞ্চয়ৰ ২০ কোটিৰো অধিক টকা হেৰুৱালে।

মহিলাগৰাকীয়ে নিজকে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ বিষয়া বুলি দাবী কৰা দুষ্ট চক্ৰৰ পৰা ফোন কল পোৱাৰ পৰাই এই ঘটনা সংঘটিত হয়।  

Apply Now

প্ৰৱঞ্চকজনে তেওঁক সহযোগ নকৰিলে “ডিজিটেল গ্ৰেপ্তাৰ” আৰু পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণকে ধৰি ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়ে। এই হেঁচাত মহিলাগৰাকীক ঘৰতে আৱদ্ধ হৈ থাকিবলৈ আৰু কাৰো লগত বিষয়টো আলোচনা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাছৰ দুমাহ ধৰি প্ৰৱঞ্চকসকলে কেইঘণ্টামানৰ মূৰে মূৰে ফোন কৰি মহিলাগৰাকীৰ স্থান পৰীক্ষা কৰিছিল।

দুমাহৰ ভিতৰত মহিলাগৰাকীয়ে কেলেংকাৰীকাৰীৰ নিয়ন্ত্ৰণত থকা বিভিন্ন বেংক একাউণ্টলৈ ২০ কোটিৰো অধিক টকা ট্ৰেন্সফাৰ কৰে।

মহিলাগৰাকীৰ ঘৰুৱা সহায়কে তেওঁৰ অস্বাভাৱিক আচৰণ লক্ষ্য কৰি কন্যাক সতৰ্ক কৰি দিয়াৰ লগে লগে এই প্ৰৱঞ্চনা পোহৰলৈ আহে। পৰিস্থিতিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি কন্যাই আৰক্ষীৰ সৈতে যোগাযোগ কৰে আৰু লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। চাইবাৰ আৰক্ষীয়ে একাধিক বেংক একাউণ্টলৈ যোৱা ধনৰ প্ৰবাহৰ তথ্য লাভ কৰে। সফলতাৰে ৭৭ লাখ টকা ফ্ৰীজ কৰি সংশ্লিষ্ট একাউণ্টধাৰীক চিনাক্ত কৰে।

ইয়াৰে এজন অভিযুক্ত মালাডৰ ২০ বছৰীয়া সায়ন জমিল শেইখক তেওঁৰ একাউণ্টত ৪.৯৯ লাখ টকাৰ সন্ধান পোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰে। অধিক জেৰাৰ ফলত মীৰা ৰোডৰ ৰাজিক আজান আৰু আন্ধেৰীৰ হৃতিক শেখৰ ঠাকুৰ নামৰ আৰু দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd