• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাম্প্ৰদায়িক মন্তব্য: হিন্দুত্ববাদী নেত্ৰীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত গোচৰ ৰুজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2022 8:50 pm
Hate Speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া সাম্প্ৰদায়িকতাবাদৰ চৰম উত্থান ঘটিছে। হিন্দুত্ববাদী ধ্যান ধাৰণাৰে পৰিচালিত শাসনাধিষ্ঠ বিজেপি দলৰ আশীৰ্বাদপুষ্ট এচাম হিন্দুত্ববাদী দল-সংগঠন তথা নেতাই নিতৌ এতিয়া ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক উপলুঙা কৰি সাম্প্ৰদায়িক বিভাজনমুখী মন্তব্যৰে দেশৰ পৰিস্থিতি অস্থিৰ কৰি তুলিছে। এনে হিন্দুত্ববাদী একাংশ দল-সংগঠন তথা নেতা-নেত্ৰীয়ে মুকলিকৈ দিছে মুছলমানসকলক হত্যা আৰু ধৰ্ষণৰ ভাবুকি।

দেশৰ সকলো মৌলিক সমস্যাৰ ঠাই লৈছে এতিয়া হিন্দু-মুচলিম, মন্দিৰ-মছজিদ বিতৰ্ক। ইয়াত প্ৰত্যক্ষভাৱে ইন্ধন যোগাইছে বিজেপি চৰকাৰে।

Apply Now

এনে সাম্প্ৰদায়িক ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাক ক্ৰমে গ্ৰাস কৰি তুলিব ধৰা পৰিৱেশৰ মাজতে উত্তৰ প্ৰদেশত এগৰাকী হিন্দুত্ববাদী নেত্ৰীৰ বিৰুদ্ধে মুছলমানসকলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে।

ধৰ্মীয় শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত অখিল ভাৰত হিন্দী মহাসভাৰ ৰাষ্ট্ৰীয় সম্পাদক সাধ্বী অন্নপূৰ্ণা ওৰফে পূজা শকুন পাণ্ডেৰ বিৰুদ্ধে আলিগড় আৰক্ষীয়ে এই গোচৰ পঞ্জীয়ন কৰিছে।

পূজা শকুন পাণ্ডেৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত আইপিচিৰ ১৫৩এ/১৫৩বি/২৯৫এ/২৯৮/৫০৫ ধাৰাৰ অধীনত গান্ধীপাৰ্ক আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে বুলি আলিগড়ৰ আৰক্ষী অধীক্ষক কলানিধি নাইথানিয়ে জানিবলৈ দিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কেতবোৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য আৰু কাৰুকাৰ্যৰে বিতৰ্কৰ শিৰোনাম দখল কৰা পাণ্ডেৰ বিৰুদ্ধে আলিগড় আৰক্ষীয়ে যোৱা দুবছৰত দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছে। কিন্তু দুয়োটা গোচৰতে জামিন লাভ কৰিছে এই হিন্দুত্ববাদী নেত্ৰী গৰাকীয়ে।

যোৱা বৰ্ষৰ শেষৰফালে উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত “ধৰম সংসদ” নামৰ এক অনুষ্ঠানত ঘৃণামূলক ভাষণৰ বাবে পাণ্ডেৰ লগতে আন একাংশ হিন্দুত্ববাদী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেইদৰে দিল্লী আৰক্ষীয়েও দিল্লীত অনুষ্ঠিত “ধৰম সংসদ” সন্দৰ্ভত পাণ্ডেৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰিছিল।

হৰিদ্বাৰ আৰু দিল্লীত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠানকেইটাত মুছলমান হত্যাৰ বাবে হিন্দু ধৰ্মাৱলম্বী লোকক মুকলিকৈ উচতনি যোগোৱাৰ লগতে মহাত্মা গান্ধীৰ বিৰুদ্ধেও নিন্দাসূচক ঘৃণনীয় মন্তব্য কৰা হৈছিল।

উল্লেখ্য যে পূজা শকুন নামৰ এই স্বয়ম্ভূ হিন্দুত্ববাদী নেত্ৰীগৰাকীয়ে ২০১৯ চনত মহাত্মা গান্ধীৰ পুত্তলিকাত গুলী চালনা কৰা ভংগীৰে প্ৰতীকী ৰূপত গান্ধী হত্যাৰ ফটো তুলি সুযোগ পোৱা হ’লে গান্ধীক এনেদৰে হত্যা কৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল।

লগতে আলিগড়ত এক অনুষ্ঠানত গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ সমৰ্থনত শ্ল’গান দি হিন্দুত্ববাদী লোকসকলক উদ্বুদ্ধ কৰি তুলিছিল এইগৰাকী স্বয়ম্ভু নেত্ৰীয়ে।

এনেদৰো বাৰে বাৰে দেশৰ সংবিধান উলংঘা কৰি স্পষ্ট ৰূপত সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প চটিওৱা এইগৰাকী নেত্ৰীৰ বিৰুদ্ধে ইয়াৰ পিছতো কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাটোৱেই এনে ধৰ্মীয় নেতাসকলৰ প্ৰতি থকা চৰকাৰী পৃষ্ঠপোষকতাক উন্মোচন কৰিছে বুলি ক’ব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd