DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাল প্ৰমাণপত্ৰ দি চাকৰি লোৱা অসম ৰঞ্জি দলৰ অধিনায়ক গকুল শৰ্মাৰ বিৰুদ্ধে গোচৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 14, 2019 9:27 pm
Gakul Sarmah

জাল প্ৰমাণপত্ৰ দি চাকৰি লোৱাৰ অভিযোগত গোচৰৰ সন্মুখীন হোৱা গকুল শৰ্মা।

1.5k
VIEWS
Share on FacebookShare on Twitter

শৈক্ষিক অৰ্হতাৰ জাল প্ৰমাণ পত্ৰ দি চাকৰি কৰি থকা বুলি অসম ৰঞ্জি দলৰ অধিনায়ক গকুল শৰ্মাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এখন এজাহাৰ দিছে অসমৰ মহাগাণনিক (হিচাপ)ৰ কাৰ্য্যালয়ে।

স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ দিয়া শৰ্মাই মহাগাণনিক (হিচাপ)ৰ কার্যালয়টোত এজন জ্যেষ্ঠ হিচাপ পৰীক্ষক হিচাপে ২০১৫ চনৰ পৰা চাকৰি কৰি আছে।

বশিষ্ঠ থানাই এজাহাৰখনৰ ভিত্তিত গকুল শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ (নম্বৰ ১৫৬০/১৯) ৰুজু কৰা বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

মহাগাণনিকৰ কাৰ্য্যালয়ৰ অভিযোগ, জ্যেষ্ঠ গাণনিক শৰ্মাই ৰাজস্থানৰ পিলানীস্থিত শ্ৰীধৰ বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত স্নাতক উত্তীৰ্ণ বুলি দাবী কৰি যিখন প্ৰমাণ পত্ৰেৰে চাকৰি লৈছিল, সেইখন জাল।

“Mr. Gokul Sharma (Enrolment No. JILBAGEN00032577) is not our student. The attached documents are not genuine” প্ৰমাণ পত্ৰখনৰ সত্যতা অগ্ৰাহ্য কৰি শ্ৰীধৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ এই স্পষ্টীকৰণ।

ইয়াৰ পিছতে জ্যেষ্ঠ গাণনিক তথা ৰঞ্জি খেলুৱৈজনৰ বিৰুদ্ধে থানাত গোচৰ দিয়ে মহাগাণনিকৰ কাৰ্য্যালয়ে।

জাল প্ৰমাণ পত্ৰ দি চাকৰি লোৱাৰ অভিযোগত পৰা শৰ্মাই ৫০খনতকৈ অধিক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছে। তেওঁ আগন্তুক বিজয় হাজাৰে ট্ৰফিৰ বাবে নিৰ্বাচিত অসম দলৰ অধিনায়ক হিচাপেও দায়িত্ব পাইছিল।

Recent News

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd