• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ৰুচিশীল” আলোচনী প্ৰান্তিকৰ ৰুচিহীন, সাম্প্ৰদায়িক লেখাক লৈ ব্যাপক চৰ্চা; যোৰহাটত গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2019 6:05 pm
Prantik_Bikash-Baruah
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া আলোচনীৰ পাঠকসমাজত “ৰুচিশীল” আৰু গাম্ভীৰ্য্যপূৰ্ণ বুলি পৰিচিতি থকা প্ৰান্তিক নামৰ আলোচনীখনৰ ১-১৫ অক্টোবৰৰ সংখ্যাত প্ৰকাশিত এটা ৰুচিহীন লেখাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে।

“অজগৰ” শিৰোনামৰ বিতৰ্কিত লেখাটো লিখিছে আলোচনীখনৰ “ৰঞ্জন” শিতানটোৰ নিয়মীয়া লেখক ডা: বিকাশ বৰুৱাই।

Apply Now

অতি নিম্ন ৰুচিৰ প্ৰকাশ ঘটা লেখাটোত ডা: বৰুৱাই অসমৰ এটা অন্যতম জনসমষ্টি চাহ শ্ৰমিকসকলক বিভিন্ন আপত্তিকৰ শব্দেৰে তাচ্ছিল্য আৰু ব্যংগ কৰিছে।

“এক নম্বৰত সিংহ, হাতী, জেব্ৰা, জিৰাফ, গৰু, কুকুৰ…? দুইত নেউল, নিগনি, সাপ, বেং। তিনিত কুমজেলেকুৱা, মহ, বিছা, জোক…। চাৰি নম্বৰত ই।”, জনগোষ্ঠীটোৰ অন্তৰ্গত মানুহবোৰৰ “মানুহ” পৰিচয়ক ইতিকিং কৰি লেখকে লিখিছে।

জনগোষ্ঠীটোৰ মানুহবোৰক মহ, জোক, কুমজেলেকুৱাতকৈও হীন বুলি প্ৰতিপন্নৰ চেষ্টা কৰা লেখাটো প্ৰান্তিকৰ দৰে আলোচনীৰ সম্পাদনা বিভাগে প্ৰকাশৰ বাবে অনুমোদন কৰাটোতো আচৰিত হৈছে ইয়াৰ পাঠকসকল।

১৯৮১ চনত প্ৰথম প্ৰকাশ পোৱা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সাহিত্যিক প্ৰয়াত ড০ ভৱেন্দ্ৰনাথ শইকীয়া। শইকীয়াৰ দিনতে পাঠক সমাজত আদৰ পোৱা আলোচনীখনৰ বৰ্তমানৰ সম্পাদক প্ৰদীপ বৰুৱা। বৰুৱা আলোচনীখনৰ প্ৰকাশকো।

বিতৰ্কৰ আৱৰ্তলৈ অহা লেখাটোত ডা: বিকাশ বৰুৱাই অলপতে টীয়ক চাহ বাগিচাত চিকিৎসক ডা: দেবেন দত্তক একাংশ উত্তেজিত চাহ শ্ৰমিকে মৰিয়াই হত্যা কৰা ঘটনাটোক পটভূমি হিচাপে ব্যৱহাৰ কৰিছে।

“ৰোমান সম্ৰাটসকলে অ’ৰ-ত’ৰ পৰা নিগ্ৰোবোৰ উঠাই অনাৰ দৰে ইয়াকো ব্ৰিটিছে ক’ৰবাৰ পৰা ধৰি আনিছিল। ঘোঁৰাৰ মুখত লেকাম লকাই টিকাত এছাৰিৰ কোব দি দৌৰোৱাৰ দৰে বা বলদ গৰুৰ হতুৱাই নাঙল আৰু মৈ টনোৱাৰ নিচিনাকৈ চাবুকেৰে কোবাই চাহাবে ইয়াক কামত খটুৱাইছিল”, শিষ্টাচাৰৰ সকলো সীমা অতিক্ৰমী লেখক ডা: বৰুৱাই জনগোষ্ঠীটো সম্পৰ্কত এইদৰে লিখে।

ছ’চিয়েল মিডিয়াত ইতিমধ্যে ইয়াৰ ব্যাপক আলোচনা হোৱা দেখা গৈছে।

“লেখাটো ব্যক্তিগত আক্ৰোশসম্ভূত আৰু ইয়াৰ বক্তব্যবোৰ সাম্প্ৰদায়িক ঘৃণাৰ বহিঃপ্ৰকাশ”, লেখাটো সম্বন্ধে ছ’চিয়েল মিডিয়া ফেইচবুকত ৰাজীৱ চেতিয়া নামৰ এজন লোকৰ বক্তব্য।

আন এজন য়ুজাৰৰ মন্তব্য, “এখন উদাৰ আৰু সহানুভুতিশীল সমাজৰ সমান্তৰালভাৱে থকা বৰ্ণবাদী আৰু সামন্তীয় চিন্তা-ধাৰাৰে আবৃত এখন সমাজৰ প্ৰতিনিধিত্ব কৰিছে এই লেখাটোৱে”।

“বৰ্ণবাদী ভাবনাই সদায়েই অসমৰ এচাম লিখকৰ মনোকাশ আবৰি ৰাখিছে।ইয়াৰে শেহতীয়া নিৰ্দশন প্ৰান্তিকত প্ৰকাশিত “অজগৰ” নামৰ লেখনিটো।চাহ জনগোষ্ঠীৰ বিপক্ষে লিখকজনৰ অন্তৰত লুকাই থকা ঘৃণাৰ বৰ্হিপ্ৰকাশ”, আন এজনৰ পোষ্ট।

যোৰহাটৰ সন্মিলিত নাগৰিক মঞ্চই এই সাম্প্ৰদায়িক লেখাটোৰ বাবে লেখক ডা: বৰুৱা আৰু প্ৰান্তিক আলোচনীখনৰ প্ৰকাশক তথা সম্পাদক প্ৰদীপ বৰুৱাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত ৪ অক্টোবৰত এটা গোচৰ তৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd