DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’লত সাধাৰণ মহিলাৰ পৰা জব্দ অসাধাৰণ পৰিমাণৰ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2019 2:01 pm
2k
VIEWS
Share on FacebookShare on Twitter

হোজাই জিলাৰ লামডিং ৰে’লৱে ষ্টেচনত বৃহস্পতিবাৰে নিশা ৰে’ল আৰক্ষীয়ে দৈনিক পহৰাৰ সময়ত  দুগৰাকী মহিলাৰ পৰা ৪৯,৯৮,০০০ টকা জব্দ কৰে।

বৃহস্পতিবাৰে নিশা ৮ বজাত ১৫৬৬৫ নম্বৰ উত্তৰ প্ৰদেশ-ডিমাপুৰ বিজি এক্সপ্ৰেছত দুগৰাকী মহিলাৰ পৰা জব্দ কৰা হয় টকাখিনি।

ৰে’ল আৰক্ষীয়ে বৃহৎ পৰিমানৰ টকাৰে সৈতে আটক কৰা মহিলা দুগৰাকী মোহন হালদাৰৰ পত্নী গায়ত্ৰী হালদাৰ(৬০) আৰু জান্তু হালদাৰৰ পত্নী আৰতি হালদাৰ (৫৫) বুলি চিনাক্ত কৰা হয়।

আটক হোৱা দুয়োগৰাকী মহিলা পশ্চিম বংগৰ কোঁচ বিহাৰৰ উজনি কোঁচ বিহাৰ আৰক্ষী চকীৰ অন্তৰ্গত ফাচীতোলা গাঁৱৰ বাসিন্দা।

ৰে’ল আৰক্ষীৰ জেৰাত মহিলা দুগৰাকীয়ে টকাখিনি কোঁচ বিহাৰৰ পৰা বোকাজানলৈ লৈ গৈ আছিল বুলি স্বীকাৰ কৰে।

আনহাতে, লামডিং ৰে’লৱে ষ্টেচনত বৃহস্পতিবাৰে নিশা উদ্ধাৰ হোৱা ধনখিনি সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫/১৯ য়ু/এচ ৩৭৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়। শুকুৰবাৰে দুয়োগৰাকী মহিলাক আদালতত হাজিৰ কৰোৱা হ’ব।

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd