মনোৰঞ্জন

মেৰুদণ্ডহীন নহয় সকলো; কুলবিন্দৰ কৌৰক উদ্দেশ্যি সংগীতজ্ঞ বিশাল দাদলানীৰ মন্তব্য-‘হিংসাৰ বিৰোধিতা কৰোঁ কিন্তু মই তোমাৰ সৈতে আছোঁ’

৬ জুনত চণ্ডীগড় বিমানবন্দৰত কংগনা ৰানাৱটক চৰ মৰা বুলি অভিযোগ উত্থাপন কৰা চিআইএছএফৰ জোৱানগৰাকীক সহায় কৰাৰ প্ৰস্তাৱ দিছে গায়ক-সুৰকাৰ বিশাল...

Read moreDetails

কটা ঘাঁত মলম! চৰ খোৱাৰ পিছত লগ পাই কংগনাক সাৱটি ধৰিলে চিৰাগ পাছৱানে

এতিয়াও সামকটা নাই বৃহস্পতিবাৰে চণ্ডীগড়ত কংগনা ৰাণাওটক এগৰাকী চি আই এছ এফৰ জোৱানে চৰ মৰাৰ ঘটনাৰ চৰ্চা। এই ঘটনাৰ পিছত...

Read moreDetails

কংগনাৰ পৰা হেমা মালিনীলৈকে : কোন কোন চেলিব্ৰেটি এইবাৰৰ লোকসভাত?

মঙলবাৰে ঘোষণা কৰা হ’ল ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ। নিৰ্বাচন আয়োগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি দেশৰ মুঠ ৫৪৩টা লোকসভা...

Read moreDetails

বলীউড তাৰকা ৰবীনা টেণ্ডনক শাৰীৰিক হাৰাশাস্তি; সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী ৰবীনা টেণ্ডনৰ এটা ভাইৰেল ভিডিঅ’। এই ভিডিঅ'টো এক্স (টুইটাৰ)ত এজন ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। এই ভিডিঅ'টোত...

Read moreDetails

সঁচাই নিজতকৈ ৯ বছৰে ডাঙৰ অভিনেত্ৰীৰ সৈতে প্ৰেম শুভমনৰ! ওলাইছে বিবাহৰ গুঞ্জনো

হঠাৎ ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ শুভমন গীলৰ বিয়া বুলি গুঞ্জন উঠিছে। সেয়া  ছাৰা আলী খান বা ছাৰা তেণ্ডুলকাৰ নহয়, শুভমনৰ বিবাহৰ...

Read moreDetails

কেটৰিনা বা ঐশ্বৰ্য নহয়! ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লোৱা ছলমানে কোনগৰাকী অভিনেত্ৰীৰ বাবে সলনি কৰিছিল নীতি?

ছলমান খান এনে এজন অভিনেতা যি ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লৈছিল। বলীউডৰ তাৰকা ছলমান খানে এসময়ত নিজৰ বাবে এই...

Read moreDetails

আপোনাৰো অপূৰ্ণ সপোন হ’ব পূৰ্ণ! ১৭৮ টকাতে লাভ কৰিব নীতা আম্বানীয়ে পৰিধান কৰা ৪০০ কোটিটকীয়া হাৰ

পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত মাতৃ নীতা আম্বানীক ৰাজকীয় সাজ-পোছাক পৰিধান কৰি দেখা গৈছিল।নীতা আম্বানীয়ে কাৰ্যতঃ কাঞ্চিপুৰম শাৰীৰে বিশ্বৰ...

Read moreDetails

টকা থাকিলেনো কি ….!  আম্বানীৰ পুত্ৰৰ দ্বিতীয়টো ‘প্ৰি-ৱেডিং ফাংচন’ত সংগীত পৰিৱেশন কৰিব ৱাকা ৱাকাৰ গায়িকা ছাকিৰাই

যোৱা মাৰ্চ মাহত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ প্ৰথম প্ৰাক বিবাহ অনুষ্ঠান আয়োজিত হৈছিল। গুজৰাটৰ জামনগৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত...

Read moreDetails

৬ ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘তাৰিখ’

বহু প্রত্যাশিত অসমীয়া চিনেমা "তাৰিখ”ৰ মুক্তিৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই বছৰৰে ৬ ডিচেম্বৰত অসমৰ সমূহ চিত্রগৃহত মুক্তি লভিব...

Read moreDetails

এনডিএৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা বাবে বিজেপিয়ে বহিষ্কাৰ কৰিলে ভোজপুৰী অভিনেতা পৱন সিঙক

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী উপেন্দ্ৰ কুশৱাহাৰ বিৰুদ্ধে বিহাৰৰ কৰাকাট লোকসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিজেপিয়ে বুধবাৰে...

Read moreDetails
Page 32 of 190 1 31 32 33 190

Stay Connected

Recent News