• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কংগনাৰ পৰা হেমা মালিনীলৈকে : কোন কোন চেলিব্ৰেটি এইবাৰৰ লোকসভাত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 5, 2024 8:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ঘোষণা কৰা হ’ল ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ। নিৰ্বাচন আয়োগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি দেশৰ মুঠ ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত ৫৪২টা সমষ্টিত ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰে এন ডি এয়ে ২৯২খন, ইণ্ডিয়া এলায়েন্সে ২৩৩খন আৰু আন ১৭খন আসন লাভ কৰে।

আন প্ৰতিবাৰৰ দৰে এইবাৰো কেইবাজনো তাৰকা প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকৰ বহুতেই জয়লাভ কৰিছে। সেই তালিকাত আছে কংগনা ৰাণাওট, হেমা মালিনী, জুন মালিয়া, ৰচনা বেনাৰ্জী, শত্ৰুঘন সিনহা, ৰাজ বব্বৰ আদি বহুকেইজন।

Apply Now

কংগনা ৰাণাওট – অভিনয়ৰ পৰাই ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দিলে বলীউডৰ এইগৰাকী অভিনেত্ৰীয়ে। হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিল ৰাণাওট। কংগ্ৰেছ নেতা বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি অভিনেত্ৰীগৰাকীয়ে ৭৪ হাজাৰ ৭৫৫ ভোটৰ ব্যৱধানত জয়লাভ কৰে।

হেমা মালিনী – উত্তৰ প্ৰদেশৰ মথুৰা সমষ্টিৰ দুবাৰৰ সংসদ এগৰাকী অভিনেত্ৰী। এইবাৰো মথুৰাত বিজেপিৰ প্ৰাৰ্থী হেমা। হেমা মালিনীয়ে কংগ্ৰেছ নেতা মুকেশ ধনগৰক ২ লাখ ৯৩ হাজাৰ ৪০৭ ভোটত পৰাস্ত কৰে।

শত্ৰুঘন সিনহা – পশ্চিমবংগৰ আছানছল সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সিনহা। তেওঁ বিজেপি নেতা এছ এছ আলুৱালিয়াক ৫৯,৫৬৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

অৰুণ গোবিল – দূৰদৰ্শনৰ ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল। বৰ্তমানৰ লোকসভাত তেওঁ উত্তৰ প্ৰদেশৰ মেৰুট সমষ্টিৰ পৰা বিজেপিৰ টিকেটত জয়লাভ কৰিছে।

সুৰেশ গোপী – কেৰালাৰ ত্ৰিছুৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰে অভিনেতা তথা গায়ক সুৰেশ গোপীয়ে। তেওঁ কমিউনিষ্ট পাৰ্টিৰ নেতা বি এছ সুনীল কুমাৰক ৭৫ হাজাৰ ৬৮৬ ভোটত পৰাস্ত কৰে।

মনোজ তিৱাৰী – উত্তৰ-পূব দিল্লীৰ বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰীয়ে কংগ্ৰেছ নেতা কানহাইয়া কুমাৰক ১ লাখ ৩৮ হাজাৰ ৭৭৮ ভোটত পৰাস্ত কৰে।

ৰবি কিষাণ – শেহতীয়াকৈ তেওঁ অ’টিটি চিনেমা ‘লাপাটা লেডিজ’ত অভিনয় কৰি বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। চলিত নিৰ্বাচনত তেওঁ উত্তৰ প্ৰদেশৰ গোৰখপুৰ কেন্দ্ৰত বিজেপিৰ হৈ থিয় দিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা কাজল নিছাদক ১ লাখ ৩ হাজাৰ ৫২৬ ভোটত পৰাস্ত কৰে।

ছাইনী ঘোষ – পশ্চিম বংগৰ জাদৱপুৰ লোকসভা সমষ্টিত বিজেপিৰ অনিৰ্বাণ গংগোপাধ্যায়ক ২ লাখ ৫৮ হাজাৰ ২০১ ভোটত পৰাস্ত কৰি তৃণমূলৰ প্ৰতীক লাভ কৰে অভিনেত্ৰীগৰাকীয়ে।

শতাব্দী ৰায় – পশ্চিম বংগৰ বীৰভূম সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী আছিল। ১ লাখ ৯৭ হাজাৰ ৬৫০ ভোটৰ ব্যৱধানত জয়লাভ কৰে শতাবদীয়ে।

ৰচনা বেনাৰ্জী – তৃণমূলৰ হৈ পশ্চিম বংগৰ হুগলী লোকসভাৰ আসনৰ পৰা বিজয় সাব্যস্ত কৰে অভিনেত্ৰী ৰচনা বেনাৰ্জীয়ে। ৰচনাই অভিনেত্ৰী লকেট চট্টোপাধ্যায়ক ৭৬ হাজাৰ ৭৫৩ ভোটত পৰাস্ত কৰে।

জুন মালিয়া – মেদনীপুৰ তৃণমূলৰ প্ৰাৰ্থী জুন মালিয়াই বিজেপিৰ হেভিৱেট ডিজাইনাৰ অগ্নিমিত্ৰ পালক পৰাস্ত কৰে।

দীপক অধিকাৰী (দেৱ) – ঘটালৰ পৰা তৃণমূল প্ৰাৰ্থীয়ে বিজেপিৰ হীৰণ চেটাৰ্জীক ১ লাখ ৮২ হাজাৰ ৮৬৮ ভোটত পৰাস্ত কৰে। উল্লেখ্য, হীৰণো এজন অভিনেতা।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd