আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ৮টা গোচৰত জামিন প্ৰদান কৰিছে। এই আঠটা গোচৰত জামিন...

Read moreDetails

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে যদি হামাছে অস্ত্ৰ ত্যাগ কৰি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সন্মত নহয় তেন্তে...

Read moreDetails

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

প্ৰবাসী ভাৰতীয় উদ্যোগপতি, জন হিতৈষী আৰু দানবীৰ লৰ্ড স্বৰাজ পলৰ বৃহস্পতিবাৰে সন্ধিয়া লণ্ডনৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ বয়স আছিল...

Read moreDetails

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশ মানেই যেন এখন যাদুৰ মঞ্চ। আৰু সেই মঞ্চৰ ৰাণী নিঃসন্দেহে চন্দ্ৰ। কেতিয়াবা পূৰ্ণিমা, কেতিয়াবা অৰ্ধচন্দ্ৰ বা কাঁচিজোন- কিমান...

Read moreDetails

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

মানুহে তেওঁক ‘পৃথিৱীৰ আটাইতকৈ দয়ালু বিচাৰক’ বুলি মনত ৰাখিব। কেৱল বিচাৰকেই নহয়, তেওঁ ছ’চিয়েল মিডিয়াৰ তাৰকাও আছিল। তেওঁৰ বিচাৰ আৰু...

Read moreDetails

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পৰিস্থিতিত ভাৰতে দীৰ্ঘদিনীয়া ‘বাণিজ্যিক বন্ধু’...

Read moreDetails

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে (এফ বি আই) ভাৰতত তেওঁলোকৰ "টেন মষ্ট ৱাণ্টেড ফিজিটিভছ" তালিকাৰ অন্যতম চিণ্ডী ৰড্ৰিগেজ সিঙক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পদক্ষেপত ভাৰতে দীৰ্ঘদিনীয়া ‘বাণিজ্য বন্ধু’ ৰাছিয়াক অধিক...

Read moreDetails

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

মঙলবাৰে আমেৰিকাৰ বিত্তমন্ত্ৰী তথা কোষাগাৰ সচিব স্কট বেছাণ্টে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰি শোধন কৰাৰ পিছত অধিক মূল্যত...

Read moreDetails

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছত ইলন মাস্কে ভাৰতীয় মূলৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰিছিল। এইবাৰ পৰাগ আগৰৱালাই ‘মেগা কামবেক’ কৰিছে! পৰাগে...

Read moreDetails
Page 10 of 363 1 9 10 11 363

Stay Connected

Recent News