ইউক্ৰেইনত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধি দলে তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত কৰা বৈঠকৰ অন্ত পৰিছে। বৈঠকৰ অন্তত...
Read moreDetailsস্লোভেনিয়াৰ নিজৰ গৃহ চহৰৰ ওচৰত মেলানিয়া ট্ৰাম্পৰ ব্ৰঞ্জৰ মূৰ্তিটো অগ্নিসংযোগকাৰীয়ে ক্ষতিগ্ৰস্ত কৰা কাঠৰ মূৰ্তি এটাৰ ঠাই লোৱাৰ পাঁচ বছৰৰ পাছত...
Read moreDetailsইউক্ৰেইনত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধি দলৰ মাজত তুৰস্কৰ ইস্তানবুলত এক বৈঠক আৰম্ভ হৈছে। এই শান্তি...
Read moreDetailsৰাছিয়াৰ গ্ৰাউণ্ড ফৰ্চৰ মুৰব্বী জেনেৰেল অলেগ ছাল্যুকোভক বৰ্খাস্ত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। বৃহস্পতিবাৰে (১৫ মে’) ক্ৰেমলিনে তেওঁক বৰ্খাস্ত কৰাৰ...
Read moreDetailsউৰুগুৱেৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোচে মুজিকাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হৈছে। তেওঁৰ সৰল জীৱনশৈলীৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে "আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি" হিচাপে পৰিচিত...
Read moreDetailsৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ প্ৰকাশ কৰি মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তুৰ্কীৰ প্ৰতিষ্ঠান...
Read moreDetailsছৌদি আৰৱৰ পৰা পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে ৫ হাজাৰৰো অধিক ভিক্ষাৰী। কেৱল সেয়াই নহয়, আন পাঁচখন দেশত ভিক্ষাৰ অভিযোগত আৰু...
Read moreDetailsভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলে এছ জয়শংকৰে। এইবাৰ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা...
Read moreDetailsপুৱাই পুৱাই ভূমিকম্পত কঁপি উঠিল চীন। শুকুৰবাৰে পুৱা চীনত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫।...
Read moreDetailsবেন এণ্ড জেৰী আইচক্ৰীমৰ সহ-প্ৰতিষ্ঠাপক তথা সামাজিক কৰ্মী বেন কোহেনক গাজা যুদ্ধত আমেৰিকাৰ চেনেটে ইজৰাইলক সমৰ্থন কৰাৰ প্ৰতিবাদ কৰাৰ সময়তে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd