• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2025 12:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছৌদি আৰৱৰ পৰা পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে ৫ হাজাৰৰো অধিক ভিক্ষাৰী। কেৱল সেয়াই নহয়, আন পাঁচখন দেশত ভিক্ষাৰ অভিযোগত আৰু ৩৬৯জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৬ মাহৰ এই পৰিসংখ্যা পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে নিজেই প্ৰকাশ কৰিছে।

বুধবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদত এই চাঞ্চল্যকৰ তথ্য প্ৰদান কৰে গৃহমন্ত্ৰী মহছিন নাকভিয়ে। পাকিস্তান পিপলছ পাৰ্টিৰ সাংসদ ছাহাৰ কামৰাণৰ এক প্ৰশ্নৰ লিখিত উত্তৰত তেওঁ এই তথ্য দাঙি ধৰে।

Apply Now

ছৌদি আৰৱত ভিক্ষা নিষিদ্ধ

ছৌদি আৰবে ভিক্ষাৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সেই দেশত চৰকাৰে ভিক্ষা কৰাটো সম্পূৰ্ণ নিষিদ্ধ। ছৌদি প্ৰশাসনে ‘ভিক্ষা বিৰোধী আইন’ৰ অধীনত ভিক্ষা কৰাটো অপৰাধ বুলি বিবেচনা কৰে। কেৱল স্থানীয় বাসিন্দাসকলেই নহয়, এই কামত লিপ্ত হোৱা বিদেশী নাগৰিকসকলেও কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। জৰিমনা আৰু কাৰাদণ্ডৰ উপৰিও বিদেশী নাগৰিকক বিতাড়িত কৰা হয়।

পাকিস্তানৰ আৰ্থিক সংকট

বৰ্তমান পাকিস্তানৰ অৰ্থনীতি ভয়াৱহ সংকটত পৰিছে। মূল্যবৃদ্ধি, ইন্ধনৰ দাম, খাদ্যৰ নাটনি। এই পৰিস্থিতিত সাধাৰণ মানুহৰ জীৱন অসহ্যকৰ হৈ পৰিছে। চাকৰিৰ অভাৱ আৰু সামাজিক সুৰক্ষা ব্যৱস্থাৰ পতনৰ বাবে বহু লোকে বিদেশলৈ গৈ ভিক্ষা খুজিবলৈ বাধ্য হৈছে। আনুষ্ঠানিক বা কাৰিকৰী শিক্ষাৰ অভাৱৰ বাবে তেওঁলোকে বিদেশত চাকৰি বিচাৰি ল’বলৈও সক্ষম হোৱা নাই।

বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতিৰ অন্যতম মূল কাৰণ হৈছে দুৰ্নীতি, দুৰ্বল শিক্ষা ব্যৱস্থা, ৰাজনৈতিক অস্থিৰতা, আন্তঃৰাষ্ট্ৰীয় ঋণৰ বোজা। দিনক দিনে বৃদ্ধি পাইছে পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ঋণ। আৰু এই হেঁচা দূৰ কৰিবলৈ চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিছে। ফলত সাধাৰণ মানুহ দিশহাৰা হৈ পৰিছে।

ভিক্ষা বৃত্তিৰ পৰিণতি

অৰ্থনৈতিক দুৰ্দশাৰ বাবে বহু লোকে উন্নত জীৱনৰ আশাত মধ্যপ্ৰাচ্যলৈ যায়। কিন্তু কাম বিচাৰি নাপাই অবৈধভাৱে ধন উপাৰ্জনৰ চেষ্টা কৰিবলৈ বাধ্য হয়।

বিশেষকৈ ছৌদি আৰৱৰ দৰে দেশত সামাজিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহয়। তাত এই ধৰণৰ কাম কৰাৰ পৰিণতি ভয়ানক।

এই ঘটনাৰ পিছত পাকিস্তানী সমাজ আৰু ৰাজনীতিত পুনৰ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে- এই আৰ্থিক দুৰ্দশাৰ পৰা তেওঁলোক কেতিয়া মুক্ত হ’ব? সচাকৈয়ে চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছেনে? এই প্ৰশ্নৰ স্পষ্ট উত্তৰ এতিয়াও নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd