আন্ত: ৰাষ্ট্ৰীয়

দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়

অৱশেষত দৰে-দামে মিলিল আৰু টুইটাৰ (Twitter) কিনিয়েই পেলালে আমেৰিকাৰ ধনকুবেৰ এলন মাস্কে। মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ ক্ৰয় কৰোতে মাস্কৰ ব্যয় হ’ল...

Read moreDetails

প্ৰত্যুত্তৰ! এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ শেহতীয়া পৰিস্থিতিত কূটনৈতিক যুঁজখন আৰু অধিক শক্তিশালী হৈ পৰিছে। ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপীয় দেশসমূহে গ্ৰহণ কৰা স্থিতিৰ প্ৰত্যুত্তৰ দিবলৈ...

Read moreDetails

য়েমেন বিদ্ৰোহীয়ে বন্দী কৰা সাত ভাৰতীয় নাবিকক মুকলি কৰিলে ওমানে

৭ ভাৰতীয় নাবিকসহ ১৪ গৰাকী বিদেশী বন্দী ব্যক্তিক দেওবাৰে ওমানৰ হুথি নিয়ন্ত্ৰিত ইয়েমেনী ৰাজধানী ছানাৰ পৰা মুকলি কৰি দিয়া হৈছে।ওমানৰ...

Read moreDetails

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি পদত ইমানুৱেল মেক্ৰ’ন

দেওবাৰে ঘোষিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়েৰে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে ইমানুৱেল মেক্ৰ'ন। সোঁপন্থী প্ৰতিদ্বন্দী মেৰিন লে...

Read moreDetails

যুৱক-যুৱতীক বিপথে পৰিচালিত কৰাৰ অভিযোগ: টিকটক নিষিদ্ধ কৰিলে তালিবানে

আফগানিস্তানৰ ক্ষমতা দখলৰ পাছতে আফগান জনতাৰ ওপৰত বহুটো বাধা-নিষেধ আৰোপ কৰি আহিছে তালিবানে। এইবাৰ দেশখনত ভিডিঅ' শ্বেয়াৰিং এপ্লিকেচন টিকটক নিষিদ্ধ...

Read moreDetails

নাইজেৰিয়াৰ তেল শোধনাগাৰত ভয়াবহ বিস্ফোৰণ: ৮০ জনৰো অধিক ব্যক্তিৰ মৃত্যু

দক্ষিণ নাইজেৰিয়াৰ এটা অবৈধ তেল শোধনাগাৰত সংঘটিত বিস্ফোৰণত ৮০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। অঞ্চলটোৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ এগৰাকী...

Read moreDetails

পাকিস্তানৰ নতুন বৈদেশিক মন্ত্ৰী হিচাপে মনোনীত বিলাৱাল ভুট্টো জাৰ্দাৰী

পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰী পাকিস্তানৰ পৰৱৰ্তী বৈদেশিক মন্ত্ৰী হিচাপে মনোনীত হৈছে। দুইদিনৰ ভিতৰত তেওঁ বৈদেশিক মন্ত্ৰী হিচাপে...

Read moreDetails

শ্ৰীলংকালৈ ৪০,০০০ মেট্ৰিক টন ডিজেল সাহায্য প্ৰেৰণ ভাৰতৰ

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকালৈ পুনৰ ৪০,০০০ মেট্ৰিক টন ডিজেল সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। বুধবাৰে এই সাহায্য শ্ৰীলংকাত উপস্থিত হৈছে বুলি ভাৰতৰ...

Read moreDetails

তালিবান শাসিত আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ: ১৬ জন নিহত

কট্টৰ ইছলামিক তালিবান শাসনাধীন আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত কমেও ১৬ লোক নিহত হৈছে। বিস্ফোৰণত কেইবাগৰাকীও ব্যক্তি আহত হৈছে...

Read moreDetails

নাটোৰ ভাবুকি বন্ধ হ’লেই ইউক্ৰেইনত অভিযানৰ সামৰণি পৰিব; জনালে ৰাছিয়াই

ইউক্ৰেইনৰ ভূমি ব্যৱহাৰ কৰি ৰাছিয়াৰ প্ৰতি নাটোৰ ভাবুকি বন্ধ হ’লেই ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ অন্ত পৰিব বুলি মস্কোই ঘোষণা কৰিছে।...

Read moreDetails
Page 475 of 495 1 … 474 475 476 … 495

Stay Connected

Recent News